ETV Bharat / bharat

কৰ‘ণাত আক্ৰান্ত ঝাৰখণ্ডৰ বিত্ত মন্ত্ৰী - বিত্তমন্ত্ৰী ডা৹ ৰামেশ্বৰ ওৰাংব

ঝাৰখণ্ড প্ৰদেশ কংগ্ৰেছৰ প্ৰৱক্তা আলোক কুমাৰ দুবেই কয় যে, প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষগৰাকীৰ কৰ‘ণা পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে আৰু তেওঁক ইতিমধ্যে চিকিৎসাৰ বাবে মেডিকা হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে ৷

Jharkhand finance minister tests positive for Covid-19
কৰ‘ণাত আক্ৰান্ত ঝাৰখণ্ডৰ বিত্ত মন্ত্ৰী
author img

By

Published : Nov 11, 2020, 3:38 AM IST

নিউজ ডেস্ক, 11 নৱেম্বৰ: ঝাৰখণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিৰ অধ্যক্ষ তথা বিত্তমন্ত্ৰী ডা৹ ৰামেশ্বৰ ওৰাংব আক্ৰান্ত হৈছে কৰ‘ণা ভাইৰাছত ৷ তেখেতৰ কৰ‘ণা পৰীক্ষাৰ ফলাফল অহাৰ পাছতে তেখেতক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে ৷ ইয়াৰ পূৰ্বে সোমবাৰে তেখেতৰ ক‘ভিড-19 পৰীক্ষা কৰোৱা হৈছিল, মঙলবাৰে পৰীক্ষাৰ ফলাফল পজিটিভ আহে ৷

ঝাৰখণ্ড প্ৰদেশ কংগ্ৰেছৰ প্ৰৱক্তা আলোক কুমাৰ দুবেই কয় যে, প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষগৰাকীৰ কৰ‘ণা পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে আৰু তেওঁক ইতিমধ্যে চিকিৎসাৰ বাবে মেডিকা হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছে ৷

লগতে পঢ়ক: বিহাৰ নিৰ্বাচনৰ ফলাফলঃ টুইট যোগে ৰাইজক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.