ETV Bharat / bharat

জেট এয়াৱেজৰ পতন বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতাৰ উদাহৰণ: কংগ্ৰেছ

'যদি চৰকাৰে বিচাৰিলে হেতেন, তেতিয়া জেট এয়াৰৱেজ ইমান ডাঙৰ এটা সমস্যাৰ সন্মুখীন নহলহেতেন' মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত জেট এয়াৰৱেজৰ শইলেশ কুমাৰ সিং নামৰ এজন কৰ্মচাৰীয়ে আত্মহত্যা কৰাৰ পিছতেই বিজেপিক এনেদৰে কটাক্ষ কংগ্ৰেছৰ৷

জেট এয়াৱেছৰ পতন বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতাৰ উদাহৰণ: কংগ্ৰেছ
author img

By

Published : Apr 29, 2019, 5:49 AM IST

Updated : Apr 29, 2019, 8:09 AM IST

নতুন দিল্লী, 29 এপ্ৰিল: 'যদি চৰকাৰে বিচাৰিলে হেতেন, তেতিয়া জেট এয়াৰৱেছ ইমান ডাঙৰ এটা সমস্যাৰ সন্মুখীন নহলহেতেন' মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত জেট এয়াৰৱেজৰ শইলেশ কুমাৰ সিং নামৰ এজন কৰ্মচাৰীয়ে আত্মহত্যা কৰাৰ পিছতেই বিজেপিক এনেদৰে কটাক্ষ কংগ্ৰেছৰ৷

জেট এয়াৱেছৰ পতন বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতাৰ উদাহৰণ: কংগ্ৰেছ

শইলেশ কুমাৰ সিঙক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি তেওঁৰ পৰিয়ালবৰ্গৰ পৰি সমবেদনা জ্ঞাপন কৰে কংগ্ৰেছ চৰকাৰে৷ নিৰ্বাচনী প্ৰচাৰত চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিব পাৰে৷ কিন্তু এয়াৰলায়েন্সটোলৈ চৰকাৰে কোনো ধৰণৰ সহায় আগনবঢ়োৱাত ইয়াক চৰকাৰৰ চৰম ব্যৰ্থতা আখ্যা দি তীব্ৰ ভাষাৰে বিজেপি চৰকাৰক সমালোচনা কৰে কংগ্ৰেছ নেতা অভিষেক মনু সিঙৱিয়ে৷ চৰকাৰে কোনো বেংক, ব্যক্তিগত বা বাণিজ্যিক সংস্থাসমূহৰ জৰিয়তে ধ্বংসৰ পথত অগ্ৰসৰ হোৱা এয়াৰলায়েন্সটোক সহায় কৰাব নোৱাৰা বিষয়টো চৰকাৰৰ বাবে অতি লজ্জাৰ বিষয় বুলি প্ৰকাশ কৰিছে কংগ্ৰেছ চৰকাৰে৷ চৰকাৰে বিভিন্ন অজুহাত দেখুৱাই এই বিষয়টোৰ লগত তেওঁলোকৰ কোনো ধৰণৰ সম্বন্ধ নাই বুলি কোৱাতো যুগুত নহয় বুলি প্ৰকাশ কৰে কংগ্ৰেছ চৰকাৰে৷

যোৱা 3 বছৰে পেটৰ কেন্সাৰত ভুগী আছিল শইলেশ কুমাৰ সিং৷ কিন্তু জেট এয়াৰৱেজৰ বৰ্তমানৰ পৰিস্থিতিয়ে তেওঁক আত্মহত্যাৰ পথ বাছি লবলৈ বাধ্য কৰিলে৷

Intro:New Delhi: "It will take a very little time if the government becomes an active participant," said the Congress party as the crisis surrounding Jet Airways reached to another level when a senior technician, Shailesh Kumar Singh, committed suicide in Maharashtra's Palghar district due to depression.

Body:While giving his condolences to Shailesh Singh, in support of the Jet Airways, Congress Rajya Sabha MP, Abhishek Manu Singhvi said, "Our hearts go out to them. We are morally and emotionally supporting them." By calling it as the "failure of the government" he further added, "All the modalities of the governance are with the government of the day. Nobody is suggesting to do charity to them. But certainly when you've got lacks of crores to be spent on so many campaigns, you cannot persuade banks, private and public commercial entities to assist, you cannot expedite a takeover because a takeover can help and benefit this struggling company and its workers. So clearly there is a abdication. Simply there is an excuse by spin masters and bloggers is this is a private matter."

Conclusion:Shailesh Kumar Singh was suffering from stomach cancer from past three years. But the crisis surrounding the airline had allegedly forced him to commit suicide and he jumped off a building in Mumbai on April 26.
Last Updated : Apr 29, 2019, 8:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.