ETV Bharat / bharat

প্ৰধানমন্ত্ৰীলৈ 'দ্য ইণ্ডিয়া ৱে' গ্ৰন্থ উপহাৰ হিচাপে আগবঢ়ালে বৈদেশিক মন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ নিজৰ গ্ৰন্থ 'দ্য ইণ্ডিয়া ৱে' উপহাৰ হিচাপে আগবঢ়ালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শুভ্ৰমনিয়াম জয়শংকৰে । যোৱা জুলাই মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কিতাপখনৰ বেটুপাতৰ ফটো টুইটযোগে শ্বেয়াৰ কৰি কৈছিল যে, অৱশেষত দুবছৰীয়া পৰিকল্পনাৰ অন্ত পৰিল ।

প্ৰধানমন্ত্ৰীলৈ 'দ্য ইণ্ডিয়া ৱে' গ্ৰন্থ উপহাৰ বৈদেশিক মন্ত্ৰীৰ

author img

By

Published : Aug 26, 2020, 12:15 PM IST

নেশ্যনেল ডেস্ক, ২৬আগষ্ট : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শুভ্ৰমনিয়াম জয়শংকৰে নিজৰ গ্ৰন্থ 'দ্য ইণ্ডিয়া ৱে' উপহাৰ হিচাপে আগবঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। গ্ৰন্থখন প্ৰথম প্ৰধানমন্ত্ৰীক দিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰিছে জয়শংকৰে । প্ৰধানমন্ত্ৰীৰ পৰা লাভ কৰা প্ৰেৰণা আৰু উৎসাহৰ বাবে ধন্যবাদ জ্ঞাপন কৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী মোদীক গ্ৰন্থখন উপহাৰ দিয়া সময়ৰ এখন ফটো টুইটযোগে শ্বেয়াৰ কৰে মন্ত্ৰীগৰাকীয়ে । যোৱা জুলাই মাহত মন্ত্ৰীগৰাকীয়ে গ্ৰন্থখনৰ বেটুপাতৰ ফটো টুইটযোগে শ্বেয়াৰ কৰিছিল । লগতে টুইটত অৱশেষত দুবছৰীয়া পৰিকল্পনা সমাপ্ত হোৱা বুলি কোৱাৰ লগতে তেওঁৰ গ্ৰন্থ প্ৰকাশত সহযোগিতা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

  • Concluded the 17th India-Vietnam Joint Commission Meeting. Thank Deputy PM and FM @FMPhamBinhMinh for co-chairing. Our Comprehensive Strategic Partnership keeps growing. Ensures peace, security and prosperity in the Indo-Pacific. pic.twitter.com/Cm2EJGiz58

    — Dr. S. Jaishankar (@DrSJaishankar) August 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : ৰায়গড় ঘটনা : মৃতকৰ সংখ্যা 16 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.