ETV Bharat / bharat

চন্দ্ৰযান দ্বিতীয়ৰ IIRSএ সংগ্ৰহ কৰিলে প্ৰথমখন ছবি

author img

By

Published : Oct 17, 2019, 9:25 PM IST

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই পুনৰ প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰতিচ্ছবি ৷ চন্দ্ৰযান দ্বিতীয়ত সংযোজিত Imaging Infrared Spectrometer অৰ্থাৎ IIRSএ প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন বিস্তাৰিত ছবি ৷

চন্দ্ৰযান দ্বিতীয়ৰ IIRS সংগৃহীত প্ৰথমখন ছবি

নিউজ ডেস্ক, 17 অক্টোবৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বৃহস্পতিবাৰে প্ৰকাশ কৰিছে চন্দ্ৰপৃষ্ঠৰ আন এখন ছবি ৷ মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ত সংযোজিত Imaging Infrared Spectrometer অৰ্থাৎ IIRSএ ইছৰোলৈ প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন বিস্তাৰিত ছবি ৷

ইছৰোৱে টুইটাৰযোগে প্ৰকাশ কৰিছে চন্দ্ৰযান দ্বিতীয়ৰ IIRSএ প্ৰেৰণ কৰা ছবিখন ৷ টুইটটোত ইছৰোৱে "See the first illuminated image of the lunar surface acquired by #Chandrayaan2’s IIRS payload. IIRS is designed to measure reflected sunlight from the lunar surface in narrow and contiguous spectral channels," এইদৰে প্ৰকাশ কৰিছে ৷

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, IIRSএ প্ৰেৰণ কৰা ছবিখন চন্দ্ৰপৃষ্ঠৰ উত্তৰ গোলাৰ্ধৰ বুলি কোৱা হৈছে ৷ এইখনেই হৈছে IIRSএ গ্ৰহণ কৰা চন্দ্ৰপৃষ্ঠৰ উত্তৰ গোলাৰ্ধৰ প্ৰথমখন ছবি ৷ ছবিখনত উত্তৰ গোলাৰ্ধৰ Sommerfield,Stebbins আৰু Kirkwood নামৰ অংশৰ প্ৰতিচ্ছবি পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, চন্দ্ৰযান দ্বিতীয়ত সংযোজিত IIRSএ চন্দ্ৰপৃষ্ঠত থকা খনিজ আৰু আগ্নেয় বিষয়বস্তুক নজৰত ৰাখি সৌৰ বৰ্ণক্ৰমৰ ওপৰত গৱেষণাৰে চন্দ্ৰৰ উৎপত্তি সম্বন্ধে অধ্যয়ন কৰিব ৷

#ISRO
See the first illuminated image of the lunar surface acquired by #Chandrayaan2’s IIRS payload. IIRS is designed to measure reflected sunlight from the lunar surface in narrow and contiguous spectral channels.

For details visit:https://t.co/C3STg4H79S pic.twitter.com/95N2MpebY4

— ISRO (@isro) October 17, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

নিউজ ডেস্ক, 17 অক্টোবৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বৃহস্পতিবাৰে প্ৰকাশ কৰিছে চন্দ্ৰপৃষ্ঠৰ আন এখন ছবি ৷ মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ত সংযোজিত Imaging Infrared Spectrometer অৰ্থাৎ IIRSএ ইছৰোলৈ প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন বিস্তাৰিত ছবি ৷

ইছৰোৱে টুইটাৰযোগে প্ৰকাশ কৰিছে চন্দ্ৰযান দ্বিতীয়ৰ IIRSএ প্ৰেৰণ কৰা ছবিখন ৷ টুইটটোত ইছৰোৱে "See the first illuminated image of the lunar surface acquired by #Chandrayaan2’s IIRS payload. IIRS is designed to measure reflected sunlight from the lunar surface in narrow and contiguous spectral channels," এইদৰে প্ৰকাশ কৰিছে ৷

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, IIRSএ প্ৰেৰণ কৰা ছবিখন চন্দ্ৰপৃষ্ঠৰ উত্তৰ গোলাৰ্ধৰ বুলি কোৱা হৈছে ৷ এইখনেই হৈছে IIRSএ গ্ৰহণ কৰা চন্দ্ৰপৃষ্ঠৰ উত্তৰ গোলাৰ্ধৰ প্ৰথমখন ছবি ৷ ছবিখনত উত্তৰ গোলাৰ্ধৰ Sommerfield,Stebbins আৰু Kirkwood নামৰ অংশৰ প্ৰতিচ্ছবি পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, চন্দ্ৰযান দ্বিতীয়ত সংযোজিত IIRSএ চন্দ্ৰপৃষ্ঠত থকা খনিজ আৰু আগ্নেয় বিষয়বস্তুক নজৰত ৰাখি সৌৰ বৰ্ণক্ৰমৰ ওপৰত গৱেষণাৰে চন্দ্ৰৰ উৎপত্তি সম্বন্ধে অধ্যয়ন কৰিব ৷

Intro:Body:

চন্দ্ৰযান দ্বিতীয়ৰ IIRSএ সংগ্ৰহ কৰিলে প্ৰথমখন ছবি 



ভাৰতীয় মহাকাশ গৱেষনা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই পুনৰ প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰতিচ্ছবি ৷ চন্দ্ৰযান দ্বিতীয়ত সংযোজিত Imaging Infrared Spectrometer অৰ্থাৎ IIRSএ প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন বিস্তাৰিত ছবি ৷ 



নিউজ ডেস্ক, 17 অক্টোবৰঃ ভাৰতীয় মহাকাশ গৱেষনা সংস্থাই বৃহস্পতিবাৰে প্ৰকাশ কৰিছে চন্দ্ৰপৃষ্ঠৰ আন এখন ছবি ৷ মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ত সংযোজিত Imaging Infrared Spectrometer অৰ্থাৎ IIRSএ ইছৰোলৈ প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন বিস্তাৰিত ছবি ৷ 



ইছৰোৱে টুইটাৰযোগে প্ৰকাশ কৰিছে চন্দ্ৰযান দ্বিতীয়ৰ IIRSএ প্ৰেৰণ কৰা ছবিখন ৷ টুইটটোত ইছৰোৱে "See the first illuminated image of the lunar surface acquired by #Chandrayaan2’s IIRS payload. IIRS is designed to measure reflected sunlight from the lunar surface in narrow and contiguous spectral channels," এইদৰে প্ৰকাশ কৰিছে ৷ 



ভাৰতীয় মহাকাশ গৱেষনা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, IIRSএ প্ৰেৰণ কৰা ছবিখন চন্দ্ৰপৃষ্ঠৰ উত্তৰ গোলাৰ্ধৰ বুলি কোৱা হৈছে ৷ এইখনেই হৈছে IIRSএ গ্ৰহণ কৰা চন্দ্ৰপৃষ্ঠৰ উত্তৰ গোলাৰ্ধৰ প্ৰথমখন ছবি ৷ ছবিখনত উত্তৰ গোলাৰ্ধৰ Sommerfield, Stebbins আৰু Kirkwood নামৰ অংশৰ প্ৰতিচ্ছবি পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, চন্দ্ৰযান দ্বিতীয়ত সংযোজিত IIRSএ চন্দ্ৰপৃষ্ঠত থকা খনিজ আৰু আগ্নেয় বিষয়বস্তুক নজৰত ৰাখি সৌৰ বৰ্ণক্ৰমৰ ওপৰত গৱেষনাৰে চন্দ্ৰৰ উৎপত্তি সম্বন্ধে অধ্যয়ন কৰিব ৷ 


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.