নিউজ ডেস্ক,31অক্টোবৰঃ শুকুৰবাৰে মুম্বাই আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাই যুটীয়াভাৱে অভিযান চলাই IPL জুৱাৰীৰ এটা বৃহৎ চক্ৰক উৎখাত কৰে ৷ মুম্বাইৰ পশ্চিম মুলুণ্ডত জুৱাৰী চক্ৰটোৰ তিনিজনকৈ অপৰাধীক আটক কৰে আৰক্ষীয়ে ৷
ইপিনে, আটকাধীন জুৱাৰী চক্ৰটোৰ পৰা অভিযানকাৰী দলটোৱে 41টা ম’বাইল ফোন, ছিম কাৰ্ড, এটা টেবলেট, 2টা লেপটপ, ৱাই-ফাই ৰাউটাৰ, কম্পিউটাৰ আৰু 1,88,500 টকাৰ নগদ ধন জব্দ কৰে ৷
লগতে পঢ়কঃ তুৰ্কীৰ ভূমিকম্পই প্ৰাণ ল’লে 22 গৰাকীৰ