ETV Bharat / bharat

ভাৰত-চীন সীমান্ত যোগাযোগ ব্যৱস্থা উন্নতঃ লেফ্টনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

author img

By

Published : Dec 5, 2020, 9:05 PM IST

অৰুণাচল প্ৰদেশৰ ভাৰত -চীন সীমান্তৰ এলেকা এতিয়া যথেষ্ট পৰিমাণে উন্নত হৈছে ৷ এই মন্তব্য আগবঢ়াইছে ভাৰতীয় সেনাৰ তৃতীয় কৰপছৰ জেনেৰেল অফিচাৰ অব কামাণ্ডাৰ লেফ্টনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ।

interview-with-gos-of-3-corps
ভাৰত-চীন সীমান্ত যোগাযোগ ব্যৱস্থা উন্নতঃ লেফ্টনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

ৱালং(ভাৰত -চীন সীমান্ত), 5 ডিচেম্বৰ: অৰুণাচল প্ৰদেশৰ ভাৰত -চীন সীমান্তৰ এলেকা এতিয়া যথেষ্ট পৰিমাণে উন্নত হৈছে ৷ এই মন্তব্য আগবঢ়াইছে ভাৰতীয় সেনাৰ তৃতীয় কৰপছৰ জেনেৰেল অফিচাৰ অব কামাণ্ডাৰ লেফ্টনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ।

ইটিভি ভাৰতৰ লগত হোৱা এক বিশেষ সাক্ষাৎকাৰত জেনেৰেল কলিতাই কয় যে, ইষ্টাৰ্ণ কামাণ্ডৰ অধীনত থকা পশ্চিম অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত যোগাযোগৰ বাবে পূৰ্বতকৈ যথেষ্ট পৰিমাণে উন্নত হৈছে । চৰকাৰে ইতিমধ্যে সকলো যোগাযোগৰ পথ সুগম কৰি তুলিছে তাৰ লগতে অৰুণাচল প্ৰদেশৰ চৰকাৰেও সহায় আগবঢ়াইছে । আনহাতে তেওঁ কয় যে, সীমান্তত বৰ্তমান এডভান্স লেণ্ডিং গ্ৰাউণ্ড সকলো সষ্টম ।

উল্লেখ্য যে, সীমান্তৰ এই এডভান্স লেণ্ডিং গ্ৰাউণ্ড সমূহ 2018 চনত সম্পূৰ্ণ হৈ উঠাৰ পিছত সেনাৰ ৰছদ পাতিৰ বাবে সুগম হৈ পৰিছে । লেফ্টনেণ্ট জেনেৰেল কলিতাই কয় যে, বৰ্তমান সেনাৰ মোতায়ন পূৰ্বতকৈ যথেষ্ট আৰু ই সময় উপযোগী ।
লগতে পঢ়ক: 'এছিয়ানছ অৱ দ্য ইয়েৰ'ৰ তালিকাত সন্নিৱিষ্ট হ'ল আদৰ পুনাৱালাৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.