ETV Bharat / bharat

ভাৰতীয় অৰ্থনীতিৰ বিষয়ে কি ক'লে প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমে - প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদম্বৰম

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে ভাৰতীয় অৰ্থনীতিয়ে মুখামুখি হোৱা সমস্যাৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰে ৷ চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

P Chidambaram
পি চিদম্বৰম
author img

By

Published : Jan 1, 2020, 2:09 PM IST

Updated : Jan 1, 2020, 4:27 PM IST

নিউজ ডেস্ক, 1 জানুৱাৰীঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদম্বৰমে ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতীয় অৰ্থনীতিয়ে মুখামুখি হোৱা সমস্যাৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰে ৷ জেষ্ঠ কংগ্ৰেছ দলৰ নেতা গৰাকীয়ে নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন এনডিএ চৰকাৰ খনক তীব্ৰ সমালোচনা কৰি আহিছে ৷ সমান্তৰালভাৱে তেওঁ ঘৰুৱা আৰু গোলকীয় অৰ্থনীতিৰ ওপৰত থকা জ্ঞানৰ বাবে জনাজাত ৷ এই বিশেষ সাক্ষাৎকাৰত তেওঁ ভাৰতীয় অৰ্থনীতিৰ সাম্প্ৰতিক মন্দাৱস্থা,কৰ্পৰেট টেক্সৰ হাৰ হ্ৰাস আৰু বেংকৰ অসম্পাদিত সম্পত্তি সমূহৰ বিষয়ে নিজৰ মতামত দাঙি ধৰে ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদম্বৰমৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিকৰ সাক্ষাৎকাৰ

সাক্ষাৎকাৰৰ কিছু অংশ তলত দাঙি ধৰা হ'ল.....

সাংবাদিকৰ নাম - বৈথিস্বৰণ বি
স্থান- চেন্নাই

প্ৰশ্নঃ আপুনি কৈছে যে দেশৰ অৰ্থনৈতিক ব্যৱস্থা আইচিইউত আছে, কিন্তু চৰকাৰে এই অভিযোগ নস্যাৎ কৰিছে ৷ চৰকাৰে এইটোও কৈছে যে ইয়াৰ সাম্প্ৰতিক পুনৰ গঠনে ফলাফল দিছে ৷ এই বিষয়ে আপোনাৰ মতামত কি?

উত্তৰঃ মই আইচিইউ শব্দটো ব্যৱহাৰ কৰা নাই ৷ বৰঞ্চ ডঃ অৰবিন্দ সুব্ৰমনিয়মে এক সাক্ষাৎকাৰত এই শব্দটো ব্যৱহাৰ কৰিছিল ৷ কিছু মাহৰ পূৰ্বে তেওঁ এই চৰকাৰ খনৰ বাবে জেষ্ঠ অৰ্থনৈতিক উপদেষ্টা আছিল ৷ যদি চৰকাৰে ডঃ অৰবিন্দ সুব্ৰমনিয়মক উত্তৰ দিব বিচাৰিছে তেন্তে মই পূৰ্বতেই বিত্ত মন্ত্ৰীক নিজৰ সংস্কৰণ দিবলৈ আবেদন কৰিছো ৷ কিন্তু তেওঁলোকে নিদিয়ে ৷ এই চৰকাৰখনে কেৱল অস্পষ্টতা দৰ্শোৱাত বিশ্বাস কৰে ৷ তেওঁলোকে তথ্য আৰু সংখ্যাৰ বিশ্লেষণ দিবলৈ বিচৰা নাই ৷ ইয়াৰোপৰিও চৰকাৰখনে কৈছে যে অৰ্থনীতি বৰ্তমান ভাল চলি আছে ৷ কিন্তু মই শংকিত কিয়নো মাথো চৰকাৰে হে এই কথা বিশ্বাস কৰে ৷ বাকী কোনেও অৰ্থনীতি ভাল অৱস্থাত আছে বুলি বিশ্বাস নকৰে ৷

প্ৰশ্নঃ অৰ্থনৈতিক পুনৰুজ্জীৱিত কৰি তুলিবলৈ কৰ্পৰেট টেক্স হাৰৰ হ্ৰাসৰ দৰে চৰকাৰৰ শেহতীয়া সংশোধনী নীতিৰ বিষয়ে আপুনি কি ভাৱে?

উত্তৰঃ মই নাভাবো যে কৰ্পৰেট টেক্সৰ হাৰ হ্ৰাস কৰাটো এক সংস্কৰণ ৷ বৰঞ্চ বাস্তৱত এইটো এক ভুল সিদ্ধান্ত ৷ যেতিয়া চাহিদাত হ্ৰাস হয়,জনসাধাৰণৰ হাতত ক্ৰয়ৰ শক্তি নাথাকে আৰু তেতিয়া যদি আপুনি কৰ হ্ৰাস কৰিব বিচাৰে,আপুনি পৰোক্ষ কৰতো হাৰ হ্ৰাস কৰিব লাগিব ৷ কৰ্পৰেট টেক্স এটা প্ৰগতিশীল টেক্স আৰু ইয়াক হ্ৰাস কৰাটো এক ভুল সিদ্ধান্ত ৷

প্ৰশ্নঃ আপুনি ক'লে যে চৰকাৰী তথ্য সমূহ বিশ্বাসযোগ্য নহয় আৰু চৰকাৰে এই তথ্য সমূহ শুদ্ধ কৰিবলৈ উপযুক্ত পন্ঠা অৱলম্বন কৰিব লাগে ৷ শেহতীয়াকৈ চৰকাৰে এই বিষয়টোৰ বিষয়ে অধ্যয়ন কৰিবলৈ এখন সুকীয়া সমিতি তৈয়াৰ কৰিছে ৷ আপোনাৰ এই বিষয়ত মতামত কি?

উত্তৰঃ ই এক আচৰিত স্বীকৃতি যে চৰকাৰী তথ্যৰ বিশ্বাসযোগ্যতাটো প্ৰশ্নবোধক ৷ তেওঁলোকে নিৱনুৱা সমস্যাৰ ওপৰত এন.এচ.এচ.অ'ৰ তথ্যক গাপ দিলে,লগতে গ্ৰামীন ভাৰতৰ গ্ৰাহকৰ হ্ৰাস সম্পৰ্কে হোৱা এক সমীক্ষাকো গাপ দিছে তেওঁলোকে ৷ মই ডঃ প্ৰণৱ সেনৰ অধীনত নিয়োজিত আয়ুক্ত সমিতিৰ নিযুক্তিক আদৰণী জনাও কিন্তু তেওঁলোকে দ্ৰুত গতিত কাম কৰিব লাগে আৰু তথ্যৰ বিশ্বাসযোগ্যতাটো পুনৰুদ্ধাৰ কৰিব লাগে ৷ 6 বছৰৰ পূৰ্বে ভাৰতৰ তথ্য সমূহ বিশ্বাসযোগ্য আছিল ৷ বিগত 6 বছৰে তথ্য সমূহে বিশ্বাস হেৰুৱাই পেলাইছে ৷

প্ৰশ্নঃ চৰকাৰে কৈছে যে অসম্পাদিত সম্পদ ক্ৰমে হ্ৰাস হৈ আহিছে ৷ এই বিষয়ত আপুনি কি ভাৱে? আপুনি বিত্তীয় ক্ষেত্ৰত পুনৰ সংস্কাৰৰ পৰামৰ্শ দিছে ৷ কি সেই পৰামৰ্শ সমূহ?

উত্তৰঃ মই পুনৰ সংস্কৰণৰ পৰামৰ্শ দিয়া নাই ৷ তেওঁলোকেহে পুনৰ সংস্কৰণৰ পৰামৰ্শ দি আমাৰ মতামত ল'ব লাগে ৷ আমি জনগণৰ হৈ প্ৰশ্ন কৰিছো আৰু তেওঁলোক উত্তৰ দিয়াৰ স্থিতিত আছে ৷ তেওঁলোক আমাৰ গুৰু নহয় যে তেওঁলোকে আমাক প্ৰশ্ন কৰিব আৰু আমি তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিম ৷ এনপিএৰ শেহতীয়া তথ্য অনুসৰি এইটো এটা ওপৰুৱা ব্যৱস্থাপনাহে ৷ তেওঁলোকে এনপিএৰ ক্ষেত্ৰত 10 বা 9.6 শতাংশলৈ হ্ৰাস হোৱাটো দেখুৱাইছে ৷ যদি ঋণ মাফ কৰাটোৱে সমস্যাৰ সমাধান হয় তেনেহ'লে সংখ্যাৰ হিচাপতো ই হ্ৰাস হোৱাটোৱে বুজাব ৷ কিন্তু আৰবিআইৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে পৰৱৰ্তী 6 মাহত এনপিএ অৰ্থাৎ অসম্পাদিত সম্পদ অধিক বৃদ্ধি পাব ৷

প্ৰশ্নঃ আপুনি দেশৰ কৰ্মসংস্থাপনৰ স্থিতি আৰু সাধাৰণ জনতাৰ ইয়াৰ ওপৰত কম প্ৰভাৱক আপুনি কি দৃষ্টিৰে চায় ?

উত্তৰঃ কৰ্মসংস্থাপনৰ হ্ৰাস ক্ৰমে কমি আহিছে ৷ চি.এম.আই.ই.য়ে দেখুৱা তথ্য অনুসৰি বিগত কিছু বৰ্ষত কৰ্মসংস্থাপনৰ মাত্ৰা 3 কোটিৰ পৰা 6 কোটি লৈকে হ্ৰাস হৈছে ৷ আৰু চি.এম.আই.ই.ৰ তথ্যৰ বিপৰীতে আৰু কোনো তথ্য নাই ৷ আমি ব্যক্তিগত খণ্ডত কোনো নিযুক্তি দিয়া দেখিবলৈ পোৱা নাই ৷ সেইবাবে মোৰ চূড়ান্ত দৃষ্টিভংগী এয়ে যে কৰ্মসংস্থাপন বিমুদ্ৰাকৰণৰ পাচত হ্ৰাস পাইছে আৰু ই অব্যাহত আছে ৷ বৰ্তমান মন্দাৱস্থাত এইটো এটা যুক্তিকেন্দ্ৰিক উপসংহাৰ যে কৰ্মসংস্থাপন হ্ৰাস হ'ব ৷ কিন্ত চৰকাৰে ইয়াক মানি ল'ব বিচৰা নাই ৷ তথ্যৰ ভিত্তিত আমি জানো যে কৰ্মসংস্থাপন হ্ৰাস হৈছে আৰু ইতিমধ্যে হ্ৰাস হ'ল ৷

প্ৰশ্নঃ বৰ্তমান মন্দাৱস্থাৰ বাবে ব্যক্তিগত কৰ হ্ৰাস কৰাটো এক উচিত সমাধান নেকি ?

উত্তৰঃ আয়কৰ হ্ৰাস কৰাৰ এইটো উচিত সময় নহয় ৷ যদি আপুনি কোনো ধৰণৰ আয়কৰ হ্ৰাস কৰিব বিচাৰিছে তেন্তে তোমালোকে অপ্ৰত্যক্ষ কৰো হ্ৰাস কৰিব লাগিব,যিটো সীমা শুল্ক পণ্য আৰু সেৱা কৰৰ অন্তৰ্গত ৷

লগতে পঢ়ক - দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 102 লাখ কোটি টকাৰ পাঁচ বছৰীয়া পৰিকল্পনা

Intro:Body:

Reporter Name: Vaitheeswaran B

Place: Chennai

Reduction in NPAs is a cosmetic exercise: Ex-Finance Minister P Chidambaram

Chennai: Former Union Finance Minister P. Chidambaram spoke to ETV Bharat on a range of issues the Indian Economy is facing.

In this exclusive interview the Senior Congress Party Leader, who is known for his incisive understanding of the domestic and global economy and sharp criticism against the Narendra Modi-led NDA Government, puts forth his views on the current slowdown in Indian economy, efficacy of reduction in corporate tax rate and issue of Non-Performing Assets (NPAs) among others.

Excerpts from the Interview -

Question: You said the country's economy is in ICU, but the government is denying. The Government is also saying that its recent reforms are delivering results. How do you respond to that?

Answer: I didn't use the word ICU. In fact, it was used in an interview by Dr Arvind Subramanian, who was the Chief Economic Advisor (CEA) to this government until a few months ago. If the government wants to answer Dr Arvind Subramanian I have already appealed to the Finance Minister to give their version. But, they won't.   

This government believes in bluff and bluster. They are not willing to deal with facts and figures. And, therefore the government says that the economy is doing well; I am afraid, only the government believes that. Nobody believes that the economy is doing well.

Q: How do you see the government's recent reforms to revive the economy like the reduction in corporate tax rate?

Answer: I don't think corporate tax rate cut is a reform. In fact, it is a wrong thing to do. When there is demand constraint, when there is no purchasing power in the hands of people, if you want to cut taxes-you have to cut indirect taxes. Corporate tax is a direct tax, it is a progressive tax and it is a wrong tax to cut.

Question: You have said that the government data is not believable and the government has to take measures to make the data accurate. Government has recently made a panel to study this issue. How do you see this?

Answer: It is a belated acknowledgment that the credibility of government data is under question. They suppressed the NSSO data on unemployment, they have suppressed a survey on fall in consumption in rural India.

I welcome the appointment of commission/committee under Dr. Pronab Sen.

But, they should act quickly and restore the credibility of data. India's data was credible until 6 years ago. It has lost its credibility in the last 6 years.

Question: The government is saying Non-Performing Assets (NPAs) are coming down. How do you see this? You have suggested complete reforms in the financial sector. What are those suggestions?

I am not suggesting reforms. They have to suggest reforms and ask our opinion. We are asking on behalf of the people and they are in a position to answer.

They are not our master and ask us questions and we will give answers.

As far as recent data of NPAs are concerned, it is a cosmetic exercise. They have shown a marginal reduction in NPAs for about 10% or 9.6% by indulging in massive write offs.

If you write off the loans, the numerator gets reduced. But the RBI report released a few days back said NPAs are going to rise again in the next six months.

Question: How do you see the employment situation in the country and the impact of slow down on the common man?

Answer: Employment rate has been falling. CMIE data shows the employment has fallen between 3 and 4 crores in last few years. And there is no other data to contradict CMIE data.

We don't see great recruitment done by the private sector. Therefore, my conclusion is that employment is falling after demonetisation and it continues to fall. In the present slowdown it is logical conclusion that employment will fall.

But the government is in denial. We know as a matter of fact and intuitively, the employment is falling and has fallen.

Question: Is it a proper solution to cut personal income tax to tide over the current slowdown?

Answer: This is not the correct time to cut income tax rates. If you want to cut any taxes – you must cut indirect taxes – which is customs duty and Goods and Services Tax (GST).

Conclusion:
Last Updated : Jan 1, 2020, 4:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.