ETV Bharat / bharat

চীনৰ আক্ৰমণত শ্বহীদ ঝাৰখণ্ডৰ বীৰ জোৱান - চীন

সোমবাৰে নিশা লাডাখৰ গলৱান উপত্যকাত চীন আৰু ভাৰতীয় সেনাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত শ্বহীদ হয় এজন ভাৰতীয় সেনা বিষয়া সহ দুজন সেনা জোৱান। শ্বহীদ সেনা জোৱান আছিল ঝাৰখণ্ডৰ কুন্দন কুমাৰ ওজা।

indo-china-faceoff-jharkhands-kundan-kumar-ojha-martyred-in-galwan-valley

author img

By

Published : Jun 16, 2020, 9:59 PM IST

নিউজ ডেস্ক, ১৬ জুন : দীৰ্ঘদিন ধৰি ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা বিবাদে সোমবাৰৰ নিশা ললে চুড়ান্ত ৰূপ। সোমবাৰে নিশা লাডাখৰ গলৱান উপত্যকাত চীন আৰু ভাৰতীয় সেনাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত শ্বহীদ হয় এজন ভাৰতীয় সেনা বিষয়াসহ দুজন সেনা জোৱান।

indo-china-faceoff-jharkhands-kundan-kumar-ojha-martyred-in-galwan-valley
চীনৰ আক্ৰমণত শ্বহীদ ঝাৰখণ্ডৰ বীৰ জোৱান

ইয়াৰে ভিতৰত এজন শ্বহীদ সেনা জোৱান আছিল ঝাৰখণ্ডৰ কুন্দন কুমাৰ ওজা। ঝাৰখণ্ডৰ চাহেবগঞ্জ জিলাৰ দেহাৰী গাঁৱৰ বাসিন্দা আছিল শ্বহীদ বীৰ জোৱানজন। শ্বহীদ সেনা জোৱান জনে ২০১২ চনত কাটিহাৰত বিহাৰ ৰেজিমেন্টত যোগদান কৰি দেশমাতৃৰ সেৱাত বৰ্তি হৈছিল।

উল্লেখযোগ্য যে,২০১৭ চনত বিবাহপাশত আবদ্ধ হোৱা কুন্দনৰ পত্নীয়ে মাত্ৰ ১৭ দিনৰ পূৰ্বেই জন্ম দিছিল এটি সন্তান।

লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিভ্ৰমণ দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.