ETV Bharat / bharat

ভূপালত জৰুৰীকালীনভাবে অৱতৰণ ইণ্ডিগ’ বিমান

author img

By

Published : Jan 17, 2021, 5:03 PM IST

কাৰিকৰী বিসংগতিৰ বাবে ভূপাল বিমান বন্দৰত জৰুৰীকালীনভাবে অৱতৰণ কৰিবলগীয়া হয় বিমানখন ৷ বিমানত ১৭২ জন যাত্ৰী আছিল ৷

Indigo flight makes emergency landing in Bhopal
ভূপালত জৰুৰীকালীনভাবে অৱতৰণ ইণ্ডিগ’ বিমান

নিউজ ডেস্ক, 17 জানুৱাৰী : ভূপাল বিমান বন্দৰত দেওবাৰে জৰুৰীকালীনভাবে অৱতৰণ কৰিবলগীয়া হয় এখন ইণ্ডিগ’ বিমান ৷ চুৰাটৰ পৰা কলকাতা অভিমুখী ইণ্ডিগ’ বিমানখন কাৰিকৰী বিসংগতিৰ বাবে ভূপাল বিমান বন্দৰত জৰুৰীকালীন ভাবে অৱতৰণ কৰিবলগীয়া হয় ৷ ভূপাল বিমান বন্দৰৰ পৰিচালকে প্ৰকাশ কৰে এই কথা।

বিমান বন্দৰৰ পৰিচালকগৰাকীয়ে বিমানখন ভূপাল বিমান বন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ বিমানত ১৭২ জন যাত্ৰী আছিল । বিমানখন জৰুৰীকালীনভাবে অৱতৰণ কৰাৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলিও উল্লেখ কৰে বিমান বন্দৰৰ পৰিচালকগৰাকীয়ে ৷

লগতে পঢ়ক : অৱশেষত নিলম্বন বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.