ETV Bharat / bharat

ভাৰতত ক’ভিড19ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 19 লাখৰ ঘৰ - কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়

বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰা মতে, বিগত 24 ঘণ্টাৰ ভিতৰত 52,509 টা নতুন ঘটনা আৰু 857 টা মৃতকৰ সৈতে ভাৰতবৰ্ষত ক’ভিড-19ত মুঠ আক্ৰান্তৰ সংখ্যা 19,08,254 গৰাকীলৈ বৃদ্ধি পাইছে ৷

India's Covid tally crosses 19Lakhs mark
ভাৰতত ক’ভিড19ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 19 লাখৰ ঘৰ
author img

By

Published : Aug 5, 2020, 2:11 PM IST

নিউজ ডেস্ক, 5 আগষ্ট: বিগত 24 ঘণ্টাৰ ভিতৰত 52,509 টা নতুন ঘটনা আৰু 857 টা মৃতকৰ সৈতে ভাৰতবৰ্ষত ক’ভিড-19ত মুঠ আক্ৰান্তৰ সংখ্যা 19,08,254 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰে এই কথা ৷

দেশখনত সোমবাৰে ইতিমধ্যে আক্ৰান্তৰ সংখ্যাই 18 লাখৰ ঘৰ অতিক্ৰম কৰে ৷ সম্প্ৰতি ভাৰতত 5,86,244 টা সক্ৰিয় ঘটনাৰ লগতে 12,82,215 গৰাকী লোক সুস্থ হৈ উঠিছে ৷

  • कोरोना के प्रारंभिक लक्षण लगने पर डॉक्टरों के परामर्श पर कराई गई कोविड-19की जाँच में मेरी रिपोर्ट positiveआयी है।अतःविगत दिनों मेरे संपर्क में आने वाले लोगों से अनुरोध है कि कृपया सरकार द्वारा निर्धारित कोविड-19की गाइडलाइंस के अनुसार स्वयं को क्वारंटाइन कर जाँच कराने का कष्ट करें

    — Brajesh Pathak (@brajeshpathakup) August 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, বৈশ্বিক অনুপাতত ভাৰতত সৰ্বনিম্ন মৃত্যুৰ হাৰ (CFR) 2.08 শতাংশ ৷ 67.19 শতাংশ সুস্থ হাৰৰ সৈতে বিগত 24 ঘণ্টাৰ ভিতৰত সুস্থ ৰোগীৰ সংখ্যা হৈছে 51,706 গৰাকী ৷ বিগত 24 ঘণ্টাৰ ভিতৰত মুঠ 6,19,652 গৰাকী লোকে ক’ভিড-19ৰ পৰীক্ষা সম্পন্ন কৰিছে ৷

ভাৰতবৰ্ষৰ দেশসমূহৰ ভিতৰত ক’ভিড-19 সংক্ৰমণৰ ৰাজ্য হিচাপে মহাৰাষ্ট্ৰ শীৰ্ষত ব্ৰতী আছে ৷ মহাৰাষ্ট্ৰত মুঠ 4,50,196 গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে এই পৰ্যন্ত 15,842 গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷ আনহাতে দ্বিতীয় স্থানত থকা তামিলনাডুত 2,63,222 গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে 4,241 গৰাকী লোকৰ মৃত্যু হৈছে ৷

ইয়াৰ পাচতে দিল্লী, হাৰিয়ানা আৰু হিমাচল প্ৰদেশতো ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে ৷ ইফালে, মিজোৰাম, ত্ৰিপুৰা আৰু উত্তৰাখণ্ডতো প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা হ্ৰাস পাই আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ভূমি পূজনৰ বাবে অযোধ্যালৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.