ETV Bharat / bharat

ভাৰতত ক’ভিড19ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 19 লাখৰ ঘৰ

author img

By

Published : Aug 5, 2020, 2:11 PM IST

বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰা মতে, বিগত 24 ঘণ্টাৰ ভিতৰত 52,509 টা নতুন ঘটনা আৰু 857 টা মৃতকৰ সৈতে ভাৰতবৰ্ষত ক’ভিড-19ত মুঠ আক্ৰান্তৰ সংখ্যা 19,08,254 গৰাকীলৈ বৃদ্ধি পাইছে ৷

India's Covid tally crosses 19Lakhs mark
ভাৰতত ক’ভিড19ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 19 লাখৰ ঘৰ

নিউজ ডেস্ক, 5 আগষ্ট: বিগত 24 ঘণ্টাৰ ভিতৰত 52,509 টা নতুন ঘটনা আৰু 857 টা মৃতকৰ সৈতে ভাৰতবৰ্ষত ক’ভিড-19ত মুঠ আক্ৰান্তৰ সংখ্যা 19,08,254 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰি কৰে এই কথা ৷

দেশখনত সোমবাৰে ইতিমধ্যে আক্ৰান্তৰ সংখ্যাই 18 লাখৰ ঘৰ অতিক্ৰম কৰে ৷ সম্প্ৰতি ভাৰতত 5,86,244 টা সক্ৰিয় ঘটনাৰ লগতে 12,82,215 গৰাকী লোক সুস্থ হৈ উঠিছে ৷

  • कोरोना के प्रारंभिक लक्षण लगने पर डॉक्टरों के परामर्श पर कराई गई कोविड-19की जाँच में मेरी रिपोर्ट positiveआयी है।अतःविगत दिनों मेरे संपर्क में आने वाले लोगों से अनुरोध है कि कृपया सरकार द्वारा निर्धारित कोविड-19की गाइडलाइंस के अनुसार स्वयं को क्वारंटाइन कर जाँच कराने का कष्ट करें

    — Brajesh Pathak (@brajeshpathakup) August 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, বৈশ্বিক অনুপাতত ভাৰতত সৰ্বনিম্ন মৃত্যুৰ হাৰ (CFR) 2.08 শতাংশ ৷ 67.19 শতাংশ সুস্থ হাৰৰ সৈতে বিগত 24 ঘণ্টাৰ ভিতৰত সুস্থ ৰোগীৰ সংখ্যা হৈছে 51,706 গৰাকী ৷ বিগত 24 ঘণ্টাৰ ভিতৰত মুঠ 6,19,652 গৰাকী লোকে ক’ভিড-19ৰ পৰীক্ষা সম্পন্ন কৰিছে ৷

ভাৰতবৰ্ষৰ দেশসমূহৰ ভিতৰত ক’ভিড-19 সংক্ৰমণৰ ৰাজ্য হিচাপে মহাৰাষ্ট্ৰ শীৰ্ষত ব্ৰতী আছে ৷ মহাৰাষ্ট্ৰত মুঠ 4,50,196 গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে এই পৰ্যন্ত 15,842 গৰাকী ৰোগীৰ মৃত্যু হৈছে ৷ আনহাতে দ্বিতীয় স্থানত থকা তামিলনাডুত 2,63,222 গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে 4,241 গৰাকী লোকৰ মৃত্যু হৈছে ৷

ইয়াৰ পাচতে দিল্লী, হাৰিয়ানা আৰু হিমাচল প্ৰদেশতো ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে ৷ ইফালে, মিজোৰাম, ত্ৰিপুৰা আৰু উত্তৰাখণ্ডতো প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা হ্ৰাস পাই আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ভূমি পূজনৰ বাবে অযোধ্যালৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.