ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Oct 23, 2020, 12:40 PM IST

Updated : Oct 23, 2020, 12:58 PM IST

ভাৰতত 77,61,312 গৰাকী লোকলৈ অতিক্ৰম কৰিলে কৰ'ণা মহামাৰীৰ সংক্ৰমণে ৷ আনহাতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্য়া বৃদ্ধি পাইছে 117306 গৰাকীলৈ ৷

covidCOVID-19: ভাৰতৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: ভাৰতত 77,61,312 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৷ বিগত 24 ঘণ্টাত দেশত 54,366 গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি প্ৰদান কৰা হৈছে এই তথ্য ৷

COVID-19: ভাৰতৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

উল্লেখ্য যে, ভাৰতত বৰ্তনানেও 6,95,509 গৰাকী সক্ৰিয় ৰোগী আছে ৷ বৰ্তমানলৈ দেশত 69,48,497 গৰাকী লোকে আৰোগ্য লাভ কৰিছে কৰ'ণা মহামাৰীৰ কবলৰ পৰা ৷ আনহাতে এই মহামাৰীত আক্ৰান্ত হৈ দেশজুৰি 117306 গৰাকী লোকে মৃত্যুক সাৱটি লোৱাৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷

লগতে পঢ়ক: কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ অনুমতি CDSCO পেনেলৰ

Last Updated : Oct 23, 2020, 12:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.