ETV Bharat / bharat

তৃতীয় দিনাও গালৱান সীমান্তত অব্যাহত আছে ভাৰত-চীনৰ বৈঠক - চীনা সেনা

সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু ৰঙা চীনৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ ফলস্বৰূপে বৃহস্পতিবাৰেও ভাৰতীয় আৰু চীনা সৈন্যৰ উচ্চ প্ৰদস্থ বিষয়া সকলৰ সৈতে লাডাখ অঞ্চলৰ গালৱান সীমান্তত দুয়োপক্ষৰ কথা-বাৰ্তা অব্যাহত আছে ।

indian-chinese-armies-hold-major-general-level-talks-for-third-straight-day

author img

By

Published : Jun 18, 2020, 6:08 PM IST

নিউজ ডেস্ক, ১৮ জুন : সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু ৰঙা চীনৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ ফলস্বৰূপে বৃহস্পতিবাৰেও ভাৰতীয় আৰু চীনা সৈন্যৰ উচ্চ প্ৰদস্থ বিষয়া সকলৰ সৈতে লাডাখ অঞ্চলৰ গালৱান সীমান্তত দুয়োপক্ষৰ কথা-বাৰ্তা অব্যাহত আছে ।

indian-chinese-armies-hold-major-general-level-talks-for-third-straight-day
তৃতীয় দিনাও গালৱান সীমান্তত অব্যাহত আছে ভাৰত-চীনৰ বৈঠক

এক চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, মংগলবাৰ আৰু বুধবাৰেও উক্ত অঞ্চলত দুয়োপক্ষৰ মাজত বুজাবুজি সম্পন্ন হৈছে ।

সোমবাৰে গালৱান ঘাটিত সৃষ্টি হোৱা সংঘৰ্ষৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনাই যে, ভাৰতে শান্তি বিচাৰে কিন্তু কোনোবাই আমাক জোকাই ল'লে আমিও উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু । ১৯৬৭ চনত সীমা কেন্দ্ৰিক বিবাদৰ বাবে সৃষ্টি হোৱা সংঘৰ্ষৰ ফলত ভাৰতৰ ৮০ জন সৈন্য নিহত হৈছিল আৰু একে সময়তে চীনৰ ৩০০ সৈন্য নিহত হৈছিল ।

লগতে পঢ়ক : গ্ৰাম্য ভাৰতক সৱল কৰাৰ লক্ষ্যৰে শনিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিব "গৰীব কল্যাণ ৰোজগাৰ অভিযান"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.