ETV Bharat / bharat

'NORTHERN COMMAND EQUIPMENT DISPLAY 2020'ৰ আয়োজন ভাৰতীয় সেনাৰ

author img

By

Published : Aug 27, 2020, 10:58 AM IST

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত 'NORTHERN COMMAND EQUIPMENT 2020'ৰ আয়োজন ভাৰতীয় সেনাৰ । প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত 'মেক ইন ইণ্ডিয়া'ৰ প্ৰসাৰৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰে । কাউণ্টাৰ দ্ৰোণ চিষ্টেম, বিকল্প শক্তিৰ উৎস, ছিটুৱেশ্যনেল এৱাৰনেচ কণ্ট্ৰ'ল মেজাৰ্ছ আদিৰ প্ৰদৰ্শন কৰে ।

'NORTHERN COMMAND EQUIPMENT 2020'ৰ আয়োজন ভাৰতীয় সেনাৰ

নেশ্যনেল ডেস্ক, ২৭আগষ্ট : প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত 'মেক ইন ইণ্ডিয়া'ৰ প্ৰসাৰৰ উদ্যেশ্যে 'NORTHERN COMMAND EQUIPMENT 2020' অনুষ্ঠিত কৰে ভাৰতীয় সেনাই । ক'ভিড-১৯ৰ সকলো স্বাস্থ্য বিধি মানি বুধবাৰে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত এই অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানটি উদ্বোধন কৰে সেনাৰ উত্তৰ কামাণ্ডৰ চিফ অৱ ষ্টাফ লেফটেনেণ্ট জেনেৰেল চি বঞ্চি পোনাপ্পাই । প্ৰদৰ্শনী অনুষ্ঠানটিত কাউণ্টাৰ দ্ৰোণ চিষ্টেম, বিকল্প শক্তিৰ উৎস, ছিটুৱেশ্যনেল এৱাৰনেচ কণ্ট্ৰ'ল মেজাৰ্ছ আদিৰ প্ৰদৰ্শন কৰা হয় ।

#IndianArmy
To promote @makeinindia initiative in #defence technology, #NorthernComd Equipment Display 2020 was organised at #Udhampur today; witnessed active participation from Indian Defence industry.@adgpi @SpokespersonMoD #AtmaNirbharBharat pic.twitter.com/xCztV8lrXd

— NorthernComd.IA (@NorthernComd_IA) August 26, 2020

উত্তৰ কামাণ্ডৰ সুৰক্ষা বলে জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ব্যৱহাৰ কৰা অত্যাধুনিক প্ৰযুক্তি আৰু অভিনৱ উপকৰণসমূহ প্ৰদৰ্শন কৰে সেনাই । ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগ আৰু সেনাৰ মাজত মত বিনিময়ৰ আদৰ্শ মঞ্চ হিচাপে এই বিশেষ অনুষ্ঠানটি চিহ্নিত হৈ আহিছে । ভাৰতীয় সেনাৰ উত্তৰ কামাণ্ডৰ তৰফৰ পৰা টুইটযোগে এই কথা প্ৰকাশ কৰা হৈছে । সামাজিক দূৰত্ব বৰ্তাই ৰাখি মুখত মাস্ক পৰিধান কৰি প্ৰদৰ্শনী অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গ'ল সেনা বিষয়াসকলক ।

'NORTHERN COMMAND EQUIPMENT 2020'ৰ আয়োজন ভাৰতীয় সেনাৰ
'NORTHERN COMMAND EQUIPMENT 2020'ৰ আয়োজন ভাৰতীয় সেনাৰ

লগতে পঢ়ক : গান্ধী পৰিয়ালৰ বাহিৰৰ এগৰাকী কংগ্ৰেছ প্ৰধান কাৰ্যক্ষম কৰাটো কঠিন কিয় !

নেশ্যনেল ডেস্ক, ২৭আগষ্ট : প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত 'মেক ইন ইণ্ডিয়া'ৰ প্ৰসাৰৰ উদ্যেশ্যে 'NORTHERN COMMAND EQUIPMENT 2020' অনুষ্ঠিত কৰে ভাৰতীয় সেনাই । ক'ভিড-১৯ৰ সকলো স্বাস্থ্য বিধি মানি বুধবাৰে জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত এই অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানটি উদ্বোধন কৰে সেনাৰ উত্তৰ কামাণ্ডৰ চিফ অৱ ষ্টাফ লেফটেনেণ্ট জেনেৰেল চি বঞ্চি পোনাপ্পাই । প্ৰদৰ্শনী অনুষ্ঠানটিত কাউণ্টাৰ দ্ৰোণ চিষ্টেম, বিকল্প শক্তিৰ উৎস, ছিটুৱেশ্যনেল এৱাৰনেচ কণ্ট্ৰ'ল মেজাৰ্ছ আদিৰ প্ৰদৰ্শন কৰা হয় ।

উত্তৰ কামাণ্ডৰ সুৰক্ষা বলে জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ব্যৱহাৰ কৰা অত্যাধুনিক প্ৰযুক্তি আৰু অভিনৱ উপকৰণসমূহ প্ৰদৰ্শন কৰে সেনাই । ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগ আৰু সেনাৰ মাজত মত বিনিময়ৰ আদৰ্শ মঞ্চ হিচাপে এই বিশেষ অনুষ্ঠানটি চিহ্নিত হৈ আহিছে । ভাৰতীয় সেনাৰ উত্তৰ কামাণ্ডৰ তৰফৰ পৰা টুইটযোগে এই কথা প্ৰকাশ কৰা হৈছে । সামাজিক দূৰত্ব বৰ্তাই ৰাখি মুখত মাস্ক পৰিধান কৰি প্ৰদৰ্শনী অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গ'ল সেনা বিষয়াসকলক ।

'NORTHERN COMMAND EQUIPMENT 2020'ৰ আয়োজন ভাৰতীয় সেনাৰ
'NORTHERN COMMAND EQUIPMENT 2020'ৰ আয়োজন ভাৰতীয় সেনাৰ

লগতে পঢ়ক : গান্ধী পৰিয়ালৰ বাহিৰৰ এগৰাকী কংগ্ৰেছ প্ৰধান কাৰ্যক্ষম কৰাটো কঠিন কিয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.