ETV Bharat / bharat

ভাৰতীয় সেনাবাহিনী সীমান্তৰ সুৰক্ষাৰ বাবে সদা-সষ্টম

author img

By

Published : Dec 14, 2020, 10:14 PM IST

১৭- এ ফ্ৰীগেট ৱাৰশ্বীপ প্ৰকল্পৰ প্ৰথম খন জাহাজ আছিল উদ্বোধন কৰা হয় । অনুষ্ঠানত অংশগ্ৰহণ কৰি চিডিএছ জেনেৰেল বিপিন ৰাৱাটে কয় যে, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনৰ গতি বিধি ৰোধৰ বাবে স্থল, জল আৰু বায়ুত উচ্চ পৰ্যায়ত সাজু হৈ থকাৰ প্ৰয়োজন আহি পৰিছে ।

চিডিএছ জেনেৰেল বিপিন ৰাৱাট
চিডিএছ জেনেৰেল বিপিন ৰাৱাট

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে সোমবাৰে কয় যে, দেশৰ সেনা আমাৰ সীমান্তৰ সুৰক্ষাৰ বাবে সদা-সষ্টম হৈ আছে, লাগিলে সেয়া আকাশ, মাটি নাইবা পানীয়ে হওক ।

১৭- এ ফ্ৰীগেট ৱাৰশ্বীপ প্ৰকল্পৰ প্ৰথম খন জাহাজ আছিল উদ্বোধন কৰা হয় । অনুষ্ঠানত অংশগ্ৰহণ কৰি চিডিএছ জেনেৰেল বিপিন ৰাৱাটে কয় যে, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনৰ গতি বিধি ৰোধৰ বাবে স্থল, জল আৰু বায়ুত উচ্চ পৰ্যায়ত সাজু হৈ থকাৰ প্ৰয়োজন আহি পৰিছে ।

ৰাৱাটে কয় যে, চৰকাৰে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত আঁচনি গ্ৰহণ কৰি স্বদেশী প্ৰযুক্তিৰ বিকাশত অধিক মনোনিৱেশ কৰিছে । ইয়াৰ দ্বাৰা দেশৰ বিকাশত অধিক সফলতা লাভ কৰিব পৰা যাব ।

লগতে পঢ়ক : কংগ্ৰেছ ত্যাগ কৰিলে কমল কুমাৰ মেধিয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.