ETV Bharat / bharat

COVID-১৯: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য - মহামাৰীৰ ত্ৰাস

ভাৰতত অব্যাহত আছে কৰ'ণা মহামাৰীৰ ত্ৰাস। বৃহস্পতিবাৰলৈকে মুঠ আক্ৰান্তৰ সংখ্যা ৮৬,৮৩,৯১৬ জন। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে বুধবাৰে ১১,৯৩,৩৫৮ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

COVID-১৯: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Nov 12, 2020, 4:17 PM IST

নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ: ভাৰতত মাত্ৰ এটা দিনৰ ভিতৰত কৰ'ণা মহামাৰীৰ কবলত পৰিছে ৪৭,৯০৫ জন লোক। নতুনকৈ আক্ৰান্ত ৰোগীসহ সৈতে মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮৬,৮৩,৯১৬ জন । এতিয়ালৈকে ৮০,৬৬,৫০১ গৰাকী লোক সুস্থ হৈ উঠিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে এই তথ্য। পুৱা ৮ বজাত প্ৰকাশিত তথ্য মতে, নতুনকৈ মৃত্যু হোৱা ৫৫০গৰাকী ৰোগীৰ সৈতে বৰ্তমানলৈকে মহামাৰীৰে যুঁজি ১,২৮,১২১ জন লোকে প্ৰাণ হেৰুৱাইছে ।

COVID-১৯: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-১৯: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

৮০,৬৬,৫০১ গৰাকী লোকৰ সৈতে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯২.৮৯ শতাংশ হৈছে আৰু মহামাৰীত মৃত্যুৰ হাৰ ১.৪৮ শতাংশ হৈছে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ তথ্য অনুসৰি, বুধবাৰে ১১,৯৩,৩৫৮ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে । মুঠ ১২,১৯,৬২,৫০৯ জনৰ নমুনা পৰীক্ষা কৰাৰ তথ্য দাঙি ধৰিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে ।

লগতে পঢ়ক:ক'ভিশ্বিল্ডৰ তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণৰ তালিকাভুক্তিকৰণ সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.