ETV Bharat / bharat

ভাৰতত নতুনকৈ কৰ’ণাত মৃত্যু ২১৪ ৰ - covid-19

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘন্টাত ১৬,৫০৪ গৰাকী COVID-১৯ ত আক্ৰান্ত হয় । দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,০৩,৪০,৪৬৯ জনলৈ বৃদ্ধি পায় । ইয়াৰ বিপৰীতে এদিনত ২১৪ গৰাকী নিহত হোৱাত বৰ্তমানলৈ ১,৪৯,৬৪৯ গৰাকীলৈ বৃদ্ধি পায় নিহতৰ সংখ্যা ।

COVID-১৯ আপডেট
COVID-১৯ আপডেট
author img

By

Published : Jan 4, 2021, 3:04 PM IST

নিউজ ডেস্ক, ৪ জানুৱাৰী : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে পুৱা ৮ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ১৬,৫০৪ গৰাকী COVID-১৯ ত আক্ৰান্ত হৈছে । ফলত দেশত ক’ভিড-19 ১,০৩,৪০,৪৬৯ জনলৈ বৃদ্ধি পায় আক্ৰান্তৰ ঘটনা । দেওবাৰে ক’ভিড-19 ত মৃত্যু হোৱা লোকৰ সংখ্যা 214 গৰাকী ৷ ইফালে দেশত আৰোগ্যৰ হাৰ ১.৪৫ শতাংশলৈ বৃদ্ধি হোৱাত ভাৰতত এতিয়ালৈকে মুঠ ৯৯,৪৬,৮৬৭ গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰিছে ।

উল্লেখ্য যে ধাৰাবাহিকভাৱে ১৪ দিনৰ দিনাও COVID-১৯ ত আক্ৰান্ত ৩ লাখতকৈ কম আক্ৰান্ত হৈছে । তৃতীয় দিনা ২০,০০০ ৰ তলত COVID-১৯ ত আক্ৰান্ত হয় । বৰ্তমান দেশত ২,৪৩,৯৫৩ গৰাকী লোক ক'ৰণাত আক্ৰান্ত হৈ আছে আৰু এই সংখ্যা মুঠ আক্ৰান্তৰ ২.৩৬ শতাংশ বুলি জানিব পৰা গৈছে ।

দেশত ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্তেম্বৰত ৪০ লাখ আৰু ১৬ ডিচেম্বৰত ৫০ লাখ গৰাকী COVID-১৯ ত আক্ৰান্ত হয় । ২৮ ডিচেম্বৰত ৬০ লাখ গৰাকী আক্ৰান্ত হয় । ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটি লোক COVID-১৯ ত আক্ৰান্ত হয় ।

আই চি এম আৰৰ তথ্য মতে, ৩ জানুৱাৰীলৈকে ১৭,৫৬,৩৫,৭৬১ টা নমুনা পৰীক্ষা কৰা হয় । ইয়াৰে ভিতৰত দেওবাৰে ৭,৩৫,৯৭৮ গৰাকীৰ পৰীক্ষণ কৰা হৈছিল ।

দেওবাৰৰ দিনটোত নিহত হোৱা ২১৪ গৰাকীৰ ভিতৰত মহাৰাষ্ট্ৰৰ ২৫, পশ্চিমবংগৰ ২৬, কেৰালাৰ ২৫, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ ১৬, ছট্টিশগড় আৰু মধ্যপ্ৰদেশৰ ১৪ গৰাকী ।

ভাৰতত বৰ্তমানলৈ ১,৪৯,৬৪৯ গৰাকী লোক নিহত হয় । ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰৰ ৪৯,৬৬৬, তামিলনাডুৰ ১২,১৫৬, কৰ্ণাটকৰ ১২,১০৭, দিল্লীৰ ১০,৫৮৫, পশ্চিমবংগৰ ৯,৭৯২, উত্তৰ প্ৰদেশৰ ৮৪০৩, অন্ধ্ৰ প্ৰদেশৰ ৭,১১৫ আৰু পঞ্জাৱৰ ৫,৩৭৬ গৰাকী । স্বাস্থ্য মন্ত্ৰালয়ে কয় যে দেশত ৭০ শতাংশতকৈও অধিক লোকৰ কমৰবায়ডিটিছৰ ফলত মৃত্যু হয় ।

লগতে পঢ়ক: ভাৰতৰ পাচতে পাকিস্তানত সৰ্বাধিক উপভোগ DD আৰু AIR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.