ETV Bharat / bharat

মহাকাশলৈ প্ৰক্ষেপণ হ'ল EMISAT উপগ্ৰহ - ইটিভি ভাৰত

EMISAT উপগ্ৰহৰ দ্বাৰা শত্ৰুপক্ষৰ যিকোনো ৰাডাৰৰ সন্ধান উলিয়াবলৈ সক্ষম হ'ব ভাৰত ৷ EMISAT উপগ্ৰহৰ যোগেদি শত্ৰুৰ যিকোনো ঘাটি পলকতে উৎখাত কৰিবলৈ সক্ষম হ'ব ৷

etv bharat
author img

By

Published : Apr 1, 2019, 10:59 AM IST

নিউজ ডেস্ক, 1এপ্ৰিলঃভাৰতে সুকলমে মহাকাশলৈ প্ৰক্ষেপণকৰিলে ইলেক্ট্ৰনিক ইণ্টেলিজেন্স চেটেলাইট EMISAT ৷ 28 টা নেন' চেটেলাইটৰ সৈতে অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাৰ পৰা ভাৰতে সোমবাৰে মহাকাশলৈ প্ৰক্ষেপণ কৰে EMISAT উপগ্ৰহটো ৷

436 কি.গ্ৰা ওজনৰ এই উপগ্ৰহই ভাৰতক সন্ধান দিব শত্ৰুপক্ষৰ যিকোনো ৰাডাৰৰ ৷ শত্ৰুৰ ঘাটি উৎখাত তথা সন্ধান উলিয়াবলৈ ভাৰতে বৰ্তমানলৈ ব্যৱহাৰ কৰি আহিছিল সাধাৰণ বিমান ৷ কিন্তু EMISAT উপগ্ৰহৰ প্ৰক্ষেপণৰ পাচৰে পৰা শত্ৰুৰ যিকোনো ঘাটি পলকতে উৎখাত কৰিবলৈ সক্ষম হ'ব ভাৰত ৷ EMISAT উপগ্ৰহৰ প্ৰক্ষেপণকাৰ্যসূচী নিজ চকুৰে উপভোগ কৰিবলৈ ইছৰোৱে পোন প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ জনাই সাধাৰণ নাগৰিককো ৷

Intro:Body:

মহাকাশলৈ প্ৰক্ষেপণ হ'ল EMISAT 

EMISAT উপগ্ৰহৰ দ্বাৰা শত্ৰুপক্ষৰ যিকোনো ৰেডাৰৰ সন্ধান উলিয়াবলৈ সক্ষম হ'ব ভাৰত 

নিউজ ডেস্ক, 1 এপ্ৰিল : ভাৰতে সুকলমে মহাকাশলৈ প্ৰক্ষেপন কৰিলে ইলেক্ট্ৰনিক ইণ্টেলিজেন্স চেটেলাইট EMISAT ৷ 28 টা নেন' চেটেলাইটৰ সৈতে অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাৰ পৰা ভাৰতে সোমবাৰে মহাকাশলৈ প্ৰক্ষেপন কৰে EMISAT উপগ্ৰহটো৷ 436 কি.গ্ৰা ওজনৰ এই উপগ্ৰহই ভাৰতক সন্ধান দিব শত্ৰুপক্ষৰ যিকোনো ৰেডাৰৰ ৷ শত্ৰুৰ ঘাটি উৎখাত তথা সন্ধান উলিয়াবলৈ ভাৰতে বৰ্তমানলৈ ব্যৱহাৰ কৰি আহিছিল সাধাৰণ বিমান ৷ কিন্তু EMISAT উপগ্ৰহৰ প্ৰক্ষেপনৰ পাচৰে পৰা শত্ৰুৰ যিকোনো ঘাটি পলকতে উৎখাত কৰিবলৈ সক্ষম হ'ব ভাৰত ৷ EMISAT উপগ্ৰহৰ প্ৰক্ষেপন কাৰ্যসূচী নিজ চকুৰে উপভোগ কৰিবলৈ ইছৰোৱে পোন প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ জনাই সাধাৰণ নাগৰিককো ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.