- বিজয়া দশমী দিনাই আনুষ্ঠানিক ভাৱে ভাৰতে লাভ কৰিব প্ৰথমখন ৰাফেল বিমান
- ফ্ৰান্সীচি পৰ্ট বৰ্ডক্সত 'শস্ত্ৰ পূজা' কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে
- পূজাৰ পাচতেই 'French Port City of Bordeaux' ৰ পৰা উৰিব বিমানখন
- প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ পৰা চাৰিখন ৰাফেল বিমান লাভ কৰিব ভাৰতে
- 2022 চনৰ ভিতৰত ভাৰতে মুঠ লাভ কৰিব 36 খন ৰাফেল বিমান
- প্ৰতি ঘন্টাত ৰাফেল বিমানৰ গতি বেগ হৈছে 2,223 কিলোমিটাৰ
- এক মিনিটত 60 হাজাৰ ফিট উৰণ ক্ষমতা
- 3700 কিলোমিটাৰ দূৰত্বলৈ শত্ৰুক তচনচ কৰাৰ ক্ষমতা আছে ৰাফেলৰ
- বায়ুৰ পৰা স্থললৈ 300 কিলোমিটাৰ দূৰত্বলৈ আক্ৰমণ কৰিবলৈও সক্ষম
- এটা সময়ত 24,500 কিলোগ্ৰাম ওজন কঢ়িয়াই নিবলৈ সক্ষম
- যিকোনো জলবায়ু পৰিৱেশত উৰণক্ষম ক্ষমতা ৰাফেল বিমানৰ
আজি ভাৰতে লাভ কৰিব যুদ্ধ যুঁজাৰু বিমান ‘ৰাফেল’
বিজয়া দশমী দিনাই আনুষ্ঠানিক ভাৱে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গ্ৰহণ কৰিব প্ৰথমখন ৰাফেল বিমান ৷ ভাৰতৰ বায়ু সেনাক অধিক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিব এই যুদ্ধবিমান খনে ৷