ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Jul 9, 2020, 12:24 PM IST

ভাৰতবৰ্ষৰ ভিন্ন ৰাজ্যত COVID-19ৰ সাম্প্ৰতিক পৰিসংখ্যাৰ বিষয়ে জানিবলৈ চাওক এই প্ৰতিবেদন...

India COVID-19 tracker
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 9 জুলাইঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, 9 জুলাইলৈ ভাৰতবৰ্ষত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে মুঠ 7,67,296 গৰাকীলৈ ৷ বৰ্তমান দেশত 2,69,789 গৰাকী সক্ৰিয় আক্ৰান্ত লোক থকাৰ বিপৰীতে, 4,76,377 গৰাকী লোক আৰোগ্য হোৱাৰ ওপৰিও তেওঁলোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ উল্লেখ্য যে, বৰ্তমানলৈ পোৱা তথ্য অনুসৰি সমগ্ৰ দেশতে COVID-19ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে মুঠ 21,129 গৰাকী লোকে ৷

COVID-19ত দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰ ৷ মহাৰাষ্ট্ৰত 223724 গৰাকী লোকলৈ বৃদ্ধি পাইছে COVID-19 আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয়তে সৰ্বাধিক আক্ৰান্ত হৈছে ক্ৰমে তামিলনাডু আৰু দিল্লী ৷ তামিলনাডুত মুঠ 122350 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে, দিল্লীত আক্ৰান্ত হৈছে মুঠ 104864 গৰাকী লোক ৷

লগতে পঢ়কঃ বাংগালুৰুত সক্ৰিয় COVID-19 কন্টেইনমেন্ট জ'নৰ সংখ্যা 3,181 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.