ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Oct 1, 2020, 12:26 PM IST

ভাৰতত 1 অক্টোবৰলৈ 63,12,584 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ আনহাতে মৃতকৰ সংখ্যা বৃদ্ধি পালে 98,678 গৰাকীলৈ ৷

শেহতীয়া তথ্য
শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 1 অক্টোবৰ: ভাৰতত বিগত 24 ঘণ্টাত 86,821 গৰাকী লোকৰ দেহত নতুনকৈ কৰ'ণা ভাইৰাছৰ অৱস্থিতি পোৱাৰ লগে লগে দেশত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 63 লক্ষাধিক ৷ অৱশ্যে আক্ৰান্তৰ সমান্তলৰালৈ এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে 52,73,201 গৰাকীলৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি প্ৰদান কৰা হৈছে এই তথ্য ৷ উল্লেখ্য যে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ 83.53 শতাংশ ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

দেশত 1 অক্টোবৰলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হয় মুঠ 63,12,584 গৰাকীলৈ ৷ ইয়াৰ পৰিৱৰ্তে মৃতকৰ সংখ্যা বিগত 24 ঘণ্টাত মৃত্যু 1,181 গৰাকী লোকৰ সৈতে বৃদ্ধি পায়গৈ 98,678 গৰাকীলৈ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বৰ্তমানলৈ মুঠ 7,56,19,781 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ 30 ছেপ্তেম্বৰলৈ ভাৰতত 14,23,052 টা পৰীক্ষণ সম্পন্ন হৈছে ৷

লগতে পঢ়ক: অসম-অৰুণাচল সীমান্তত ব্যাপক অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.