ETV Bharat / bharat

COVID-১৯ঃ দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Dec 23, 2020, 12:10 PM IST

প্ৰাণঘাতী কৰ'ণাৰ সংহাৰ অব্যাহত আছে ভাৰতত । দেশত মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,০০,৯৯,০৬৬ জনলৈ বৃদ্ধি । মাত্ৰ এটা দিনত ২৩,৯৫০ জন লোক মহমাৰীৰ কবলত পৰিছে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ মতে, মঙলবাৰে ১০,৯৮,১৬৪ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,০০,৯৯,০৬৬ জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ: ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০০,৯৯,০৬৬ জনলৈ বৃদ্ধি হৈছে । ২৪ ঘণ্টাত দেশত ২৩,৯৫০ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । সমগ্ৰ দেশতে মহামাৰীয়ে কালৰূপ ধৰাৰ সমান্তৰালকৈ আৰোগ্য হৈ উঠিছে লাখ লাখ ৰোগী । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে ৯৬.৬৩ লাখ লোক সুস্থ হৈ উঠিছে ।

নতুনকৈ মৃত্যু হোৱা ৩৩৩ জন লোকসহ ভাৰতত বৰ্তমানলৈকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ১,৪৬,৪৪৪ জনে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে পুৱা ৮ বজাত প্ৰকাশ কৰে এই তথ্য । উল্লেখ্য যে, দেশত কৰ'ণাত আক্ৰান্তৰ সংখ্যাই যোৱা ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখৰ ঘৰ অতিক্ৰম কৰে ।

যোৱা ১৯ ডিচেম্বৰত আক্ৰান্তৰ সংখ্যাই ১ কোটিৰ ঘৰ অতিক্ৰম কৰে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছে প্ৰকাশ কৰা তথ্য অনুসৰি, ২২ ডিচেম্বৰলৈকে ১৬,৪২,৬৮,৭২১টা নুমনাৰ পৰীক্ষণ সম্পন্ন হৈছে আৰু মঙলবাৰে ১০,৯৮,১৬৪ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক:তেলেগু ভাষাক পশ্চিমবংগৰ চৰকাৰী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.