ETV Bharat / bharat

COVID-১৯ঃ দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Jan 8, 2021, 4:23 PM IST

শুক্ৰবাৰে ভাৰতত ১.৪ কোটিৰ ঘৰ অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই । ইণ্ডিয়ান মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ৭ জানুৱাৰীত ৯,৩৫,৩৬৯টা নমুনা পৰীক্ষা কৰা হৈছে ।

ভাৰতত ১.৪ কোটিৰ ঘৰ অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই

নেশ্যনেল ডেস্ক, ৮ জানুৱাৰী: ভাৰতত অতিমাৰীৰ সংক্ৰমণ অব্যাহত আছে । যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৮,১৩৯ জন লোক COVID-১৯ত আক্ৰান্ত হৈছে আৰু ২৩৪ জনে প্ৰাণ হেৰুৱাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুক্ৰবাৰে প্ৰকাশ কৰা তথ্য মতে, বৰ্তমানলৈকে ১,০৪,১৩,৪১৭ জন লোক মহামাৰীৰ কবলত পৰিছে । আনহাতে, মহামাৰীৰে যুঁজি মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা ১,৫০,৫৭০ জনলৈ বৃদ্ধি পাইছে ।

ভাৰতত ধাৰাবাহিকভাৱে দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা দেখা গৈছে । এতিয়ালৈকে ১,০০,৩৭,৩৯৮ জন লোক সুস্থ হৈ উঠিছে । বৰ্তমান দেশত ২,২৫,৪৪৯টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । আনহাতে, আৰোগ্যৰ হাৰ ৯৬.৩৬ শতাংশলৈ বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হৈছেগৈ ১.৪৫ শতাংশ । ইণ্ডিয়ান মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ৭ জানুৱাৰীত পৰীক্ষা কৰা ৯,৩৫,৩৬৯টা নমুনাসহ এতিয়ালৈকে মুঠ ১৭,৯৩,৩৬,৩৬৪টা নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক:হিমাচলত তুষাৰপাতৰ আনন্দ ল'বলৈ পৰ্যটকৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.