ETV Bharat / bharat

হায়দৰাবাদত শ্বহীদ কৰ্ণেল সন্তোশ বাবুৰ নশ্বৰ দেহ

সোমবাৰে ভাৰত চীন সীমান্তত চীনা সেনা আৰু ভাৰতীয় সেনাৰ মাজত হোৱা সংঘষৰ ফলত শ্বহীদ হোৱা সন্তােশ বাবুৰ মৃতদেহ বুধবাৰে হায়দৰাবাদত পৰিয়ালৰ লোক আৰু প্ৰশাসনে গ্ৰহণ কৰে ।

author img

By

Published : Jun 17, 2020, 9:42 PM IST

হায়দৰাবাদত শ্বহীদ কৰ্ণেল সন্তোশ বাবুৰ নশ্বৰ দেহ
হায়দৰাবাদত শ্বহীদ কৰ্ণেল সন্তোশ বাবুৰ নশ্বৰ দেহ

নিউজ ডেস্ক,১৭ জুনঃ কামাণ্ডিঙ অফিছাৰ সন্তোশ বাবু (১৬) বিহাৰ ৰেজিমেন্টৰ সোমবাৰে গালৱান এলেকাত পূৱ লাডাখত ভাৰত চীনৰ সেনাৰ মাজত হোৱা সংঘৰ্ষত শ্বহীদ হয় ।ইপিনে বুধবাৰে তেওঁৰ নশ্বৰ দেহ দিল্লীৰ পৰা হয়দৰাবাদলৈ অনা হয় ।

হায়দৰাবাদত শ্বহীদ কৰ্নেল সন্তোশ বাবুৰ নশ্বৰ দেহ

শ্বহীদ জনৰ নশ্বৰ দেহ তেওঁৰ পৰিয়ালে গ্ৰহণ কৰে চাইবাৰেবাদত । লগত উপস্হিত থাকে ৰাজ্যখনৰ প্ৰশাসনৰ বিষয়াসকল । সন্তোশ বাবু তেলেংগানাৰ সুৰিয়া পেট জিলাৰ বাসিন্দা আছিল বিমানবন্দৰ পৰা তেওঁ নশ্বৰ দেহ বিয়লি ৩.৩০ বজাতহে গৃহ জিলাত আহি উপস্থিত হয় এক শোকাকুল পৰিৱেশ মাজত ।

লগতে চাওকঃ তেজপুৰত চিআৰপিএফ জোৱানৰ আকস্মিক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.