ETV Bharat / bharat

ভাৰত আৰু চীনে কোনো ভাবুকিৰ সৃষ্টি নকৰে : চীন

author img

By

Published : May 27, 2020, 5:55 PM IST

ভাৰতস্থিত চীনৰ কূটনীতিবিদ ছুন ৱেইডঙৰ স্পষ্টীকৰণ ৷ ভাৰত আৰু চীনে কোনো ভাবুকিৰ সৃষ্টি নকৰে বুলি প্ৰকাশ ৱেইডঙৰ ৷ ইখনে আনখনৰ বাবে সুযোগহে মুকলি কৰে বুলি মন্তব্য ৱেইডঙৰ ৷

ভাৰতস্থিত চীনৰ কূটনীতিবিদ ছুন ৱেইডঙৰ স্পষ্টীকৰণ
ভাৰত আৰু চীনে কোনো ভাবুকিৰ সৃষ্টি নকৰে : চীন

ইন্টাৰনেশ্যনেল ডেস্ক, 27 মে': ভাৰত আৰু চীনৰ সীমান্তত সংঘৰ্ষৰ বিভিন্ন বাতৰি প্ৰকাশ পোৱাৰ সময়তে বুধবাৰে চীনে স্পষ্টীকৰণ দিয়ে যে, চীন আৰু ভাৰতৰ কোনো ভাবুকিৰ সৃষ্টি হোৱা নাই ৷

ভাৰতস্থিত চীনৰ কূটনীতিবিদ ছুন ৱেইডঙে ভিডিঅ'ৰ জৰিয়তে কয় যে, ভাৰত আৰু চীনে একত্ৰিত ভাৱে COVID-19 ৰ বিৰুদ্ধেহে যুঁজ চলাইছে ৷

তেওঁ কয়, "আমি সম্পৰ্ক উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছো ৷ ভাৰত আৰু চীনৰ যুৱ চামে এই দুই দেশৰ সম্পৰ্কৰ বিষয়ে বুজি পোৱা উচিত ৷ এই দুই দেশে ইখনে আনখনৰ বাবে সুযোগ মুকলি কৰে, কোনো ভাবুকি নহয় ৷"

ছুন ৱেইডঙে লগতে কয়, "আমাৰ সম্পৰ্কত কেতিয়াও বাধা আহিবলৈ দিয়া উচিত নহয় ৷ আলোচনাৰ মাজেৰে এই সমস্যা সমাধানহে কৰা উচিত ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.