ETV Bharat / bharat

ভাৰত বনাম অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাঃ কোন কোন খেলুৱৈয়ে পাব সুযোগ !

author img

By

Published : Oct 21, 2020, 7:51 PM IST

উক্ত টেষ্ট মেচ সমূহত আৰ. অশ্বিন আৰু জাডেজাক অন্তৰ্ভুক্ত কৰাটো প্ৰায় নিশ্চিত, তদুপৰি কুলদ্বীপ যাদৱকো দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে ৷ আনহাতে ভাৰতীয় ক্ৰিকেট দলৰ দুজনকৈ জ্যেষ্ঠ বলাৰ ভুৱনেশ্বৰ কুমাৰ আৰু ইশান্ত শৰ্মা আঘাতপ্ৰাপ্ত হোৱাৰ বাবে উক্ত চিৰিজৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আছে ৷

IND vs AUS : these players would get chance on Australia Tour
ভাৰত বনাম অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাঃ কোন কোন খেলুৱৈয়ে পাব সুযোগ ?

নিউজ ডেস্ক, 21 অক্টোবৰ : হায়দৰাবাদৰ মোহাম্মদ ছিৰাজে ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক টেষ্ট মেচৰ দলৰ অষ্ট্ৰেলিয়া যাত্ৰাত পঞ্চম দ্ৰুত বলাৰ হিচাপে মুম্বাইৰ শ্বাৰ্দুল ঠাকুৰক প্ৰত্যাহ্বান জনাব ৷

তদুপৰি ভাৰতৰ সংযুক্ত দলত ঠাই দখল কৰিবলৈ গুজৰাটৰ বাওঁহতিয়া স্পিনাৰ অক্ষৰ পেটেলো সমানে দাবীদাৰ হোৱাৰ সম্ভাৱনাই বিৰাজ কৰিছে ৷ চাৰিখনকৈ টেষ্ট মেচৰ বহু প্ৰতীক্ষিত শৃংখলাৰ প্ৰথম দুখন মেচ সীমিত অভাৰৰ ( টি-20 আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয়) মেচ অনুষ্ঠিত হ‘ব আৰু ইয়াৰ মাজতে সুনীত জোশীৰ অধ্যক্ষতাত চলিত সপ্তাহত হবলগীয়া খেলুৱৈ নিৰ্ধাৰণৰ বাবে বৈঠকত তিনিওটা পৰ্যায়ৰ খেলত দলত অধিক খেলুৱৈক ঠাই প্ৰদানৰ আশংকা কৰা হৈছে ৷

উল্লেখ্য় যে, উক্ত টেষ্ট মেচ সমূহত আৰ. অশ্বিন আৰু জাডেজাক অন্তৰ্ভুক্ত কৰাটো প্ৰায় নিশ্চিত ৷ তদুপৰি কুলদ্বীপ যাদৱকো দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে ৷

আনহাতে ভাৰতীয় ক্ৰিকেট দলৰ দুজনকৈ জ্যেষ্ঠ বলাৰ ভুৱনেশ্বৰ কুমাৰ আৰু ইশান্ত শৰ্মা আঘাতপ্ৰাপ্ত হোৱাৰ বাবে উক্ত শৃংখলাৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক: পূৰ্বৰ পৰাজয়ৰ পোটক তোলাৰ লক্ষ্যৰে আজি বেংগালুৰৰ বিৰুদ্ধে কলকাতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.