ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

GST সংগ্ৰহ বিষয়, NEET, JEE পৰীক্ষা সম্পৰ্কত কংগ্ৰেছৰ শাসনাধীষ্ঠ ৰাজ্যসমূহৰ সৈতে আজি ছোনিয়া গান্ধীৰ বৈঠক ৷ 2020 চনৰ বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ ৰায়দান ৷ নতাশা নৰৱালৰ জামিন আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি
author img

By

Published : Aug 26, 2020, 9:40 AM IST

1. GST সংগ্ৰহ বিষয়, NEET, JEE পৰীক্ষা সম্পৰ্কত কংগ্ৰেছৰ শাসনাধীষ্ঠ ৰাজ্যসমূহৰ সৈতে আজি ছোনিয়া গান্ধীৰ বৈঠক

কংগ্ৰেছৰ অন্তৱৰ্তীকালিন সভানেত্ৰী ছোনিয়া গান্ধীয়ে আজি ৰাষ্ট্ৰসমূহৰ GST সম্পৰ্কীয় বিষয়ত কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য আৰু তেওঁলোকৰ প্ৰতিদ্বন্দী ৰাজ্য পশ্চিমবংগ, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ সৈতে ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰিব ৷ ইয়াৰোপৰি, বৈঠকত NEET) (UG), (JEE) (Main)আদি পৰীক্ষাৰ আয়োজন সম্পৰ্কতো আলোচনা কৰা হ'ব ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি
ছোনিয়া গান্ধী

2. 2020 চনৰ বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ৰ ৰায়দান

আজি 2020 চনৰ বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰা সম্পৰ্কত উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ সংবাদ মাধ্যমে পূৰ্বেই জনাইছিল যে, UGC ৰ নিৰ্দেশনাৰ ভিত্তিত চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা সম্পৰ্কত সৰ্বোচ্চ ন্যায়ালয়ে ৰায়দান কৰিব ৷

উচ্চতম ন্য়ায়ালয়

3. নতাশা নৰৱালৰ জামিন আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

দিল্লী উচ্চ ন্যায়ালয়ে আজি নতাশা নৰৱালৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷ ফেব্ৰুৱাৰীত সংঘটিত গোষ্ঠীগত সংঘৰ্ষৰ সৈতে জড়িত থকাৰ বাবে নতাশাক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ নিম্ন আদালতে প্ৰদান কৰা ৰায়দানৰ বিৰুদ্ধে জামিন আবেদন কৰিছিল JNU ৰ ছাত্ৰীগৰাকীয়ে ৷

নতাশা নৰৱাল

লগতে পঢ়ক : ইজৰাইল-সংযুক্ত আৰৱৰ চুক্তিয়ে পশ্চিম এছিয়াত শক্তি বৃদ্ধি কৰিবলৈ ভাৰতক সুযোগ দিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.