ETV Bharat / bharat

ICSE class X আৰু ISC class XII ৰ পৰীক্ষাৰ গুৰুত্বপূৰ্ণ আপডেট

author img

By

Published : May 3, 2020, 12:35 AM IST

6-8 দিনৰ ভিতৰত দশম শ্ৰেণীৰ 6 টা আৰু দ্বাদশ শ্ৰেণীৰ 8 টা পৰীক্ষা আয়োজন কৰা হ'ব ৷ 1 মে'ত প্ৰেছ বিজ্ঞপ্তি যোগে CISCE য়ে প্ৰকাশ কৰে এই তথ্য ৷

CISCE
ICSE class X আৰু ISC class XII ৰ পৰীক্ষাৰ গুৰুত্বপূৰ্ণ আপডেট

নেশ্য়নেল ডেস্ক, 2 মে' : COVID 19 মহামাৰীৰ ফলত CISCE য়ে 2020 চনৰ ICSE ৰ দশম শ্ৰেণীৰ 6 টা আৰু ISC ৰ দ্বাদশ শ্ৰেণীৰ 8 টা বিষয়ৰ পৰীক্ষা স্থগিত ৰাখিছিল ৷

1 মে'ত CISCE য়ে প্ৰদান কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি, 6-8 দিনৰ ভিতৰত দশম শ্ৰেণীৰ 6 টা আৰু দ্বাদশ শ্ৰেণীৰ 8 টা পৰীক্ষা আয়োজন কৰা হ'ব ৷

লকডাউন সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা লাভ কৰাৰ পাচতে পৰীক্ষাসমূহৰ দিন ঘোষণা কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ পৰীক্ষা অনুষ্ঠিত কৰাৰ 8 দিন আগত পৰীক্ষাৰ দিন ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰে বৰ্ডে ৷ আনহাতে, পৰীক্ষা অনুষ্ঠিত হোৱাৰ 6-8 সপ্তাহৰ পাচত ফলাফল ঘোষণা কৰা হ'ব ৷

ইয়াৰোপৰি, পৰীক্ষা অনুষ্ঠিত হ'বলৈ অপেক্ষা কৰি থকাৰ লগতে ISC ছাত্ৰসকলে অন্যান্য প্ৰৱেশিকা পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাই থকা উচিত ৷

আনহাতে, অন্যান্য শ্ৰেণীৰ ছাত্ৰসকলক এই লকডাউনৰ সময়ত বিভিন্ন মাধ্যমেৰে শিক্ষা প্ৰদান কৰি থাকিবৰ বাবে বিদ্যালয়সমূহক নিৰ্দেশ প্ৰদান কৰিছে বৰ্ডে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.