ETV Bharat / bharat

ফৰ্ৰুখাবাদ কাণ্ডৰ অভিযুক্তৰ কন্যাক নিজৰ কৰি লোৱা আৰক্ষী বিষয়াগৰাকী - ফৰ্ৰুখাবাদ কাণ্ডৰ অভিযুক্ত সুভাসৰ একমাত্ৰ কন্যা

উত্তৰ প্ৰদেশৰ ফৰ্ৰুখাবাদত 23 গৰাকী শিশুক আৱদ্ধ কৰি লোৱা কাণ্ডৰ মুল নায়ক সুভাষ আৰু তেওঁৰ পত্নী ৰুবীৰ মৃত্যুৰ পিচতে তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান গৌৰীৰ দায়িত্ব কান্ধপাতি লৈ উত্তৰ প্ৰদেশ আৰক্ষী বিভাগৰ মহাপৰিদৰ্শক মোহিত আগৰৱালে ৷

উত্তৰ প্ৰদেশ আৰক্ষী বিভাগৰ মহাপৰিদৰ্শক মোহিত আগৰৱাল
ফৰ্ৰুখাবাদ কাণ্ডৰ অভিযুক্তৰ কন্যাক নিজৰ কৰি লোৱা আৰক্ষী বিষয়াগৰাকী
author img

By

Published : Feb 3, 2020, 8:09 PM IST

নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰীঃ 23গৰাকীকৈ শিশুক প্ৰথমে আৱদ্ধ কৰি লোৱা আৰু ইয়াৰ পিচতে আৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত মৃত্যুবৰণ কৰা অভিযুক্ত সুভাষৰ একমাত্ৰ কন্যাক নিজৰ কৰি লৈ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে এগৰাকী আৰক্ষী বিষয়াই ৷ আৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত সুভাষ নিহত হোৱাৰ লগতে উন্মত্ত জনতাই তেওঁৰ পত্নী ৰুবীকো বৰ্বৰতাৰে হত্যা কৰিছিল ৷ ইয়াৰ পিচতে অকলশৰীয়া হৈ পৰিছিল তেওঁলোকৰ এবছৰীয়া একমাত্ৰ কন্যা সন্তান গৌৰী ৷ কিন্তু ঘটনাৰ পিচতে সুভাষৰ আত্মীয় স্বজন আৰু অন্য়ান্যই তেওঁলোকৰ একমাত্ৰ সন্তানৰ দায়িত্ব ল'বলৈ অস্বীকাৰ কৰে ৷

ফৰ্ৰুখাবাদ কাণ্ডৰ অভিযুক্তৰ কন্যাক নিজৰ কৰি লোৱা আৰক্ষী বিষয়াগৰাকী

এই ঘটনাৰ পিচতেই উত্তৰ প্ৰদেশ আৰক্ষী বিভাগৰ মহাপৰিদৰ্শত মোহিত আগৰৱালে গৌৰীৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহে ৷ এগৰাকী সৎ আৰক্ষী বিষয়া হিচাপে সুনাম থকা মোহিত আগৰৱালে মহানুভৱতাৰ পৰিচয় দাঙি ধৰি, সন্তোষ আৰু ৰুবীৰ একমাত্ৰ কন্যা গৌৰীৰ দায়িত্বভাৰ নিজে গ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, গৌৰীক ভাল শিক্ষানুষ্ঠানত পঢ়াই শুনাই এগৰাকী দক্ষ আৰক্ষী বিষয়া হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব ৷ বৰ্তমানে আৰক্ষী কনিষ্টবল ৰঞ্জনীয়ে গৌৰীৰ চোৱাচিতা কৰি আছে ৷

Intro:एंकर- उत्तर प्रदेश पुलिस अकसर अपनी किसी न किसी हरकत के चलते आलोचनाओं से घिरी रहती है.लेकिन फर्रुखाबाद में 23 बच्चों को बंधक बनाने वाले सुभाष और उसकी पत्नी रूबी की मौत के बाद उनकी एक साल की बेटी गौरी को जब करीबी रिश्तेदारों ने भी अपनाने से इंकार कर दिया,तब इंसानियत की एक नई मिशाल पेश करते हुए आईजी मोहित अग्रवाल ने मासूम बिटिया की परवरिश की जिम्मेदारी ली और उसे आईपीएस अफसर बनाने की बात कही.
Body:वीओ-मोहम्दाबाद के करथिया गांव में गुरुवार को 23 बच्चों को बंधक बनाने वाले सुभाष बाथम के पुलिस एनकाउंटर में मारे जाने के बाद मासूम गौरी की मां रूबी को ग्रामीणों ने पीट-पीटकर मौत के घाट उतार दिया था. इसके बाद दंपति की बेटी गौरी बेसहारा और अनाथ हो गई.कोई भी रिश्तेदार उसकी एक वर्षीय बेटी को अपनाने के लिए तैयार नहीं हुआ.यह देख आईपीएस अफसर कानपुर के आईजी रेंज मोहित अग्रवाल का दिल पसीज गया.उन्होंने बिटिया गौरी की जिम्मेदारी अपने उपर ली है.इसे किसी अच्छे हॉस्टल वाले स्कूल में पढवायेंगे. और आईएएस, आईपीएस कोई बड़ा अफसर बनवाएंगे.फिलहाल कांस्टेबल रंजनी बच्ची की देखभाल करेगी.हालांकि कई जगह से बच्ची को गोद लेने के प्रस्ताव आ रहे हैं. इस पूरे मामले पर न्यायिक प्रक्रिया का पालन किया जाएगा.
बंधक बच्चों को किया सम्मानितः कानपुर रेंज मोहित अग्रवाल ने शातिर सुभाष द्वारा बंधक बनाए गए सभी 23 बच्चों सम्मानित किया गया.वहीं सिलेंडर बम का तार काट कर बच्चों की जान बचाने वाली अंजलि को प्रशस्ति पत्र देकर सम्मानित किया गया.साथ ही आईजी ने कहा कि 26 जनवरी को होने वाली परेड़ में अंजलि को सम्मानित किया जाएगा.
Conclusion:ग्रामीणों ने बैंड बाजा व माला पहनाकर किया स्वागतः अपने-अपने बच्चों को सुरक्षित पाकर ग्रामीण बेहद खुश हैं. उन लोगों ने आईजी मोहित अग्रवाल, एसपी डाॅ.अनिल कुमार मिश्र,एएसपी त्रिभुवन सिंह, सीओ राजवीर सिंह, एसओसी प्रभारी दिनेश गौतम समेत पुलिसकर्मियों का बैंड बाजे व माला पहनाकर जबर्दस्त स्वागत किया.
बाइट- मोहित अग्रवाल, आईजी कानपुर रेंज
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.