ETV Bharat / bharat

গান্ধীজী আৰু সুভাষ চন্দ্ৰ বসুৰ মতবিৰোধ আৰু ৰামগড় নামৰ বিশেষ ঠাইখন ! - ঝাৰখণ্ডৰ ৰাঁচীত ভাৰতীয় জাতীয় কংগ্ৰছে আৰম্ভ কৰা জাতিয় কংগ্ৰেছৰ বিশেষ অধিৱেশনত উপস্থিত আছিল মহত্মা গান্ধী

মহত্মা গান্ধী আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ মাজত আছিল আদৰ্শগত মতানৈক্য ৷ 1939 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ বাবে দুয়োৰে মাজত সৃষ্টি হৈছিল তীব্ৰ মতবিৰোধৰ ৷ ৰামগড়ত অনুষ্ঠিত হোৱা ভাৰতীয় জাতিয় কংগ্ৰেছৰ বিশেষ অধিৱেশনত গান্ধীজী উপস্থিত থকাৰ বিপৰীতে কংগ্ৰেছৰ নীতিৰ বিৰোধিতাৰে নেতাজী সুভাষ চন্দ্ৰ বসুই ৰামগঢ়ত উলিয়াইছিল সমদলৰ ৷ চাওঁ আহক আমাৰ এক প্ৰতিবেদন.....

ফাইল ফটো
author img

By

Published : Sep 22, 2019, 8:01 PM IST

নিউজ ডেস্ক,22 চেপ্তেম্বৰ :মহত্মা গান্ধী আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ মাজত আছিল আদৰ্শগত মতানৈক্য ৷ 1939 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদকলৈ দুয়োৰে মাজত সৃষ্টি হৈছিল তীব্ৰ মতবিৰোধৰ ৷ ইয়াৰে বাবে 1940 চনৰ 18 ৰ পৰা 20 মাৰ্চলৈ ঝাৰখণ্ডৰ ৰাঁচীত মৌলনা আবুল কালাম আজাদৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল জাতিয় কংগ্ৰেছৰ বিশেষ অধিৱেশনৰ ৷ সমান্তৰালকৈ উক্ত দিন কেইটাত কংগ্ৰেছৰ নীতিৰ বিৰোধিতাৰে নেতাজী সুভাষ চন্দ্ৰ বসুই ৰামগঢ়ত উলিয়াইছিল সমদলৰ ৷ ঝাৰখণ্ডৰ ৰাঁচীত ভাৰতীয় জাতীয় কংগ্ৰছে আৰম্ভ কৰা জাতিয় কংগ্ৰেছৰ বিশেষ অধিৱেশনত উপস্থিত আছিল মহত্মা গান্ধী ৷ তেখেতে অধিবেশনৰ শুভাৰম্ভণি কৰাৰ লগতে মহিলাসকলক সমাবৰ্তনত উপস্থিত থাকি অন্ধবিশ্বাস, পৰ্দা প্ৰথা, অস্পৃশ্যতা, আদি সমাজৰ পৰা দূৰ কৰাৰ আহ্বান জনায় ৷

ৰামগড়ৰ বিশেষ ঠাইখন

স্মৰ্তব্য যে, ৰামগড়ৰ পৰাই আৰম্ভ হোৱা ভাৰত ত্যাগ আন্দোলনত সৰ্বসাধাৰণক জড়িত কৰিবলৈ অহোপৰুষাৰ্থ কৰিছিল বাপুজীয়ে ৷ আন্দোলনটোৰ প্ৰতি সৰ্বসাধাৰণৰ সমৰ্থন আদায় কৰাৰ স্বাৰ্থতে কেইবাৰো ঝাৰখণ্ড ভ্ৰমণ কৰিছিল জাতিৰ পিতাগৰাকীয়ে ৷ৰামগড়ত জাতিৰ পিতাগৰাকীৰ স্মৃতি আজীৱন সজীৱ কৰি ৰখাৰ স্বাৰ্থতে, তেখেতৰ হত্যাৰ পাচতেই গান্ধীৰ 16 টা কলহৰ এটা অনা হৈছিলC ৷ দামোদৰ নদীৰ কাষত নিৰ্মাণ কৰা হৈছিল তেখেতৰ সমাধিক্ষেত্ৰ ৷ যি সম্প্ৰতি নামৰে গান্ধীঘাট নামৰে জনাজাত ৷ বিগত 70 টা বছৰৰ দৰে এইবছৰও দেশবাসীয়ে স্মৰণ কৰিলে বাপুজীৰ ত্যাগ ৷

Intro:Body:

Gandhi PKG is in RAj floder

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.