ETV Bharat / bharat

হুবলীঃ দেশৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতকাৰী একমাত্ৰ চৰকাৰী কেন্দ্ৰ - কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংস্থা

কৰ্ণাটকৰ হুবলীৰ বগেৰীত অৱস্থিত কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংস্থা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা বনোৱা একমাত্ৰ বিআইএচ প্ৰমাণিত কেন্দ্ৰ ৷ যি হুবলীৰ বাবে এক গৌৰৱ ৷ ই দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰীভাৱে সামৰি লয় ৷

Hubbali: India's first Flag manufacturing goverment center
হুবলীঃ দেশৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতকাৰী একমাত্ৰ চৰকাৰী কেন্দ্ৰ
author img

By

Published : Jan 22, 2020, 10:52 PM IST

নেশ্যনেল ডেস্ক, 22 জানুৱাৰীঃ প্ৰত্যেক বছৰে স্বাধীনতা দিৱসত দিল্লীৰ লালকিল্লা তথা গণৰাজ্য দিৱসত আকাশত উৰি থকা ৰাষ্ট্ৰীয় পতাকাখন ক’ত প্ৰস্তুত হয় আপুনি জানেনে ? বহুতে হয়তো নাজানে, এই পতাকা প্ৰস্তুত হোৱা ঠাইখনৰ নাম ৷ কৰ্ণাটকক হুবলীত প্ৰস্তুত কৰা হয় এই ৰাষ্ট্ৰীয় পতাকাখন ৷

কৰ্ণাটকৰ হুবলীৰ বগেৰীত অৱস্থিত কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংস্থা ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা বনোৱা একমাত্ৰ বিআইএচ প্ৰমাণিত কেন্দ্ৰ ৷ যি হুবলীৰ বাবে এক গৌৰৱ ৷ ই দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰীভাৱে সামৰি লয় ৷

হুবলীঃ দেশৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতকাৰী একমাত্ৰ চৰকাৰী কেন্দ্ৰ

স্বাধীনতাৰ পিচত ৰাষ্ট্ৰীয় পতাকাৰ বাবে কাপোৰ ধাৰৱাড় জিলাৰ গৰ্গ গাঁৱৰ পৰা সকলো ৰাজ্যলৈ প্ৰেৰণ কৰে ৷ মুম্বাইৰ এটা কোম্পানীয়ে এই কাপোৰৰ ব্যৱহাৰ কৰে আৰু পতাকা প্ৰস্তুত কৰে ৷ ইয়াৰ পৰা সকলো ৰাজ্যলৈ প্ৰেৰণ কৰে ৷ কিন্তু 2004 চনত যেতিয়া বি.এচ পাটিল কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংস্থাৰ অধ্যক্ষ হয় তেতিয়া পতাকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত হুবলীৰ নাম বাঢ়িবলৈ ধৰে ৷ তেতিয়াৰ পৰাই কেকেজিএচএ বিআইএচৰ দ্বাৰা পতাকা প্ৰস্তুত কৰি আহিছে সমগ্ৰ দেশৰ বাবে ৷ পতাকাত অশোক চক্ৰৰ ক্ষেত্ৰত 15-18 বাৰ পৰ্যন্ত পৰীক্ষা কৰা হয় ৷

আনহাতে বছৰে বছৰে ইয়াৰ চাহিদা অধিক বৃদ্ধি হৈ আছে ৷ যোৱা বৰ্ষত 3 কোটি পতাকা বিক্ৰী কৰিছিল আৰু এই বৰ্ষত 3.5 কোটি টকা বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ইয়াৰ কাম কৰা অধিক সংখ্যক কৰ্মচাৰী মহিলা ৷

আৰু পঢ়কঃবৰষুণৰ পানী সংৰক্ষণ আৰু অটল ভূ জল যোজনা

Intro:Body:

Do you know the national flag that unfurls on Red Fort, Delhi, on Independence Day and Republic Day every year is manufactured in Hubballi?

Yes, you heard it right. The Karnataka Khadi Gramodyoga Samsthe (KKGS) situated in Bengeri in Hubballi is the only authorised and BIS certified centre in India to manufacture Indian national flag and is the pride of Hubballi.

It is the official supplier of national flags to all states and union territories across the country.

After independence, the cloth for the national flag was used to be supplied to all states from Garag village in Dharwad district. A Mumbai-based company used to prepare flags making use of this cloth and supply them to states for hoisting.

But in 2004, when B S Patil became president of KKGS, he mooted the idea of manufacturing the flag at KKGs and thus Hubballi's trust with the national flag started. The Indian Bureau of Standard gave its permission on February 18. Since then, the KKGS has emerged as country's only official flag manufacturer and authorised flag seller.

In KKGS, nine types of national flags are being manufactured while adhering to flag code specified by the BIS.

Starting from purchase of cotton to spinning and stitching of flag to embossing Ashok Chakra on the flag, the process undergoes check for 15-18 times.

From flags as big in size as 24 feet long and 14 feet width to as smaller as ones to be kept on tables are being manufactured while n this centre.

Byte: Shivanand Mathapati, secretary, KKGS.

With each passing year, the demand for flags of this centre is on the rise. Last year it had sold flags worth around Rs three crore and this year, it has a target of earning Rs 3.5 crore from flags sale. Till December, it has already made business of 2.8 crore.

Though the centre is doing good business, but the fear of low quality flags made of terricot and plastics eating into its business is always there in the minds of the management. The centre and the state governments must ban sale of flags made of plastic and low quality clothes, they demand.

Byte: Shivanand Mathapati, secretary, KKGS.

Majority of people working in KKGS' flag manufacturing unit are women and they are proud of what they are doing. They think it is a Godsend opportunity for them to manufacture national flags which gets salute from one and all.

Byte: Annapurna, National flag weaver.

Production of national flag is not an easy task. The manufacturer has to comply with specifications in terms of colour, size and clothes given under the flag code and the non compliance can land the manufacturers in jail. The KKGS has been complying with these guidelines.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.