ETV Bharat / bharat

বিহাৰত বজ্ৰপাত পৰি ২৬ মৃত্যুঃ শোক প্ৰকাশ গৃহমন্ত্ৰী অমিত শ্বাহৰ - দুৰ্যোগ প্ৰশমন বিভাগ

বিহাৰত বজ্ৰপাত পৰি মৃত্যু হোৱা ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ । লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ উপৰিও ক্ষতিগ্ৰস্থ পৰিয়ালৰ সাহাৰ্য প্ৰদানৰ বাবে ৰাজ্য প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগ জড়িত হৈছে বুলিও মত প্ৰকাশ কৰে গৃহমন্ত্ৰী গৰাকীয়ে ।

অমিত শ্বাহ
অমিত শ্বাহ
author img

By

Published : Jul 3, 2020, 10:40 AM IST

নিউজ ডেস্ক, ৩ জুলাইঃ বৃহস্পতিবাৰে বিহাৰত বজ্ৰপাত পৰি ২৬ গৰাকী লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে । লগতে মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে গৃহ মন্ত্ৰী গৰাকীয়ে ।

  • बिहार में आकाशीय बिजली गिरने से कई लोगों के निधन की सूचना से बहुत दुःख हुआ। प्रदेश प्रशासन व आपदा प्रबंधन की टीमें राहत कार्य में लगी हुई हैं। मैं दुःख की इस घड़ी में शोक संतप्त परिवारों के प्रति अपनी संवेदना व्यक्त करता हूँ और घायलों के शीघ्र ही स्वस्थ होने की कामना करता हूँ।

    — Amit Shah (@AmitShah) July 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

মন্ত্ৰী গৰাকীয়ে টুইটযোগে মত ব্যক্ত কৰে যে, বিহাৰত বজ্ৰপাত পৰি কেইবাগৰাকীও মৃত্যু হোৱা ঘটনাৰ বাবে দুখিত । ৰাজ্য প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগ ঘটনাত ক্ষতিগ্ৰস্থ হোৱা লোকসকৰ সাহাৰ্যৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । ঘটনা বাবে মই শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়ালৈ সমবেদনা জনালো । লগতে আঘাটপ্ৰান্ত সকলক সোনকালে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা কৰিলো ।

বিহাৰত বজ্ৰপাত পৰি ২৬ মৃত্যু
HM Amit Shah condoles deaths in Bihar lightning incidents

উল্লেখ্য যে, বৃহস্পতিবাৰে বিহাৰত বজ্ৰপাত পৰি মৃত্যু হয় ২৬ গাৰকীকৈ লোকৰ । বিগত সপ্তাহৰ পৰা বৰ্তমান পৰ্যন্ত ৰাজ্যখনত বজ্ৰপাত পৰি নিহত হয় ১০০ গৰাকীৰো অধিক লোক ।

লগতে চাওকঃ বিহাৰ-উত্তৰ প্ৰদেশত বজ্ৰপাতত মৃত্যু 31 জন লোকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.