ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো - 29 জুন

চাওঁ আহক বিশ্ব ইতিহাসত 29 জুনত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

etv bharat
author img

By

Published : Jun 29, 2019, 6:43 PM IST

  • আজিৰ দিনটোৰ 512 চনত হোৱা সূৰ্য গ্ৰহণটো পঞ্জীকাত অন্তৰ্ভুক্ত প্ৰথমটো সূৰ্যগ্ৰহণ ৷
  • বিখ্যাত নাট্যকাৰ শ্বেক্সপিয়েৰৰ লণ্ডনস্থিত গ্লৱ থিয়েটাৰত নাটক চলি থকা মূহুৰ্তত 1613 চনৰ আজিৰ দিনটোত সংঘটিত হৈছিল ভয়াবহ অগ্নিকাণ্ড ৷ সেই সময়ত মঞ্চস্থ হৈ থকা নাটকখন আছিল 'হেনৰি VIII' ৷
  • ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ সময়ত 1864 চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল 'বেংগল টাইগাৰ' অথবা বেংগলৰ বাঘ হিচাপে খ্যাত চাৰ আশুতোষ মুখাৰ্জী ৷ তেওঁ আছিল বিখ্যাত বঙালী শিক্ষাবিদ, আইনবিদ, বেৰিষ্টাৰী তথা প্ৰখ্যাত গণিতজ্ঞ ৷ কলিকতাৰ বেংগল প্ৰেচিডেঞ্চিত জন্মগ্ৰহণ কৰিছিল লোকজন ৷
  • ভাৰতৰ বিখ্যাত কবি তথা নাট্যকাৰ মাইকেল মধূসূধন দত্তৰ আজিৰ মৃত্যু দিন ৷ 1873 চনৰ 29 জুনত মৃত্যুবৰণ কৰিছিল সাহিত্যিক গৰাকীয়ে ৷
  • আমেৰিকাৰ ৰাজনীতিবিদ নেলী টেইল' ৰজৰ আজি জন্মবাৰ্ষিকী ৷ বিশ্বৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিল নেনী টেইল' ৷ 1893 চনত মৃত্যুবৰণ কৰিছিল এইগৰাকী মহিলা ৰাজনীতিবিদে ৷
  • 1893 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ভাৰতীয় বৈজ্ঞানিক তথা প্ৰায়োগিক পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহালান'বিচে ৷ পশ্চিম বংগৰ কলিকতাত জন্মগ্ৰহণ কৰা এই গৰাকী ব্যক্তিৰ জন্মদিনটোতে ভাৰতত 'ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস' হিচাপে পালন কৰা হয় ৷
  • আজি প্ৰসিদ্ধ চলচিত্ৰ 'গড ফাডাৰ'ত অভিনয় কৰা আমেৰিকান অভিনেতা ৰবাৰ্ট ইভান্সৰ জন্মদিন ৷ 1930 চনৰ নিউয়ৰ্কত জন্মগ্ৰহণ কৰিছিল বিখ্যাত পৰিচালক তথা অভিনেতাগৰাকী ৷
  • 2007 চনৰ আজিৰ দিনটোতে Apple Inc. কোম্পানীটোৱে মুকলি কৰে প্ৰথমটো মোবাইল ফোন- iPhone ৷

512ৰ আজিৰ দিনটোতে হোৱা সূৰ্য গ্ৰহণটো পঞ্জীকাত অন্তৰ্ভুক্ত প্ৰথমটো সূৰ্যগ্ৰহণ আছিল ৷

বিখ্যাত নাট্যকাৰ শ্বেক্সপিয়েৰৰ লণ্ডনস্থিত গ্লৱ থিয়েটাৰত নাটক চলি থকা মূহুৰ্তত 1613 চনৰ আজিৰ দিনটোত সংঘটিত হৈছিল ভয়াবহ অগ্নিকাণ্ড ৷ সেই সময়ত মঞ্চস্থ হৈ থকা নাটকখন আছিল 'হেনৰি VIII' ৷

ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ সময়ত 1864 চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল 'বেংগল টাইগাৰ' অথবা বেংগলৰ বাঘ হিচাপে খ্যাত চাৰ আশুতোষ মুখাৰ্জী ৷ তেওঁ আছিল বিখ্যাত বঙালী শিক্ষাবিদ, আইনবিদ, বেৰিষ্টাৰী তথা প্ৰখ্যাত গণিতজ্ঞ ৷ কলিকতাৰ বেংগল প্ৰেচিডেঞ্চিত জন্মগ্ৰহণ কৰিছিল লোকজন ৷

ভাৰতৰ বিখ্যাত কবি তথা নাট্যকাৰ মাইকেল মধূসূধন দত্তৰ আজিৰ মৃত্যু দিন ৷ 1873 চনৰ 29 জুনত মৃত্যুবৰণ কৰিছিল সাহিত্যিক গৰাকীয়ে ৷

আমেৰিকাৰ ৰাজনীতিবিদ নেলী টেইল' ৰজৰ আজি জন্মবাৰ্ষিকী ৷ বিশ্বৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিল নেনী টেইল' ৷ 1893 চনত মৃত্যুবৰণ কৰিছিল এইগৰাকী মহিলা ৰাজনীতিবিদে ৷

1893 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ভাৰতীয় বৈজ্ঞানিক তথা প্ৰায়োগিক পৰিসংখ্যাবিদ প্ৰশান্ত চন্দ্ৰ মহালান'বিচে ৷ পশ্চিম বংগৰ কলিকতাত জন্মগ্ৰহণ কৰা এই গৰাকী ব্যক্তিৰ জন্মদিনটোতে ভাৰতত 'ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস' হিচাপে পালন কৰা হয় ৷

আজি প্ৰসিদ্ধ চলচিত্ৰ 'গড ফাডাৰ'ত অভিনয় কৰা আমেৰিকান অভিনেতা ৰবাৰ্ট ইভান্সৰ জন্মদিন ৷ 1930 চনৰ  নিউয়ৰ্কত জন্মগ্ৰহণ কৰিছিল বিখ্যাত পৰিচালক তথা অভিনেতাগৰাকী ৷

2007 চনৰ আজিৰ দিনটোতে Apple Inc. কোম্পানীটোৱে মুকলি কৰে প্ৰথমটো মোবাইল ফোন- iPhone ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.