ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো

author img

By

Published : Sep 24, 2019, 2:55 PM IST

চাও আহক বিশ্ব ইতিহাসক আজিৰ দিনটো (24 ছেপ্টেম্বৰ)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

History in today's date
  • 2014 চনৰ 28 ছেপ্টেম্বৰ দিনটো ভাৰতীয় ইতিহাসৰ অন্যতম দিন ৷ আজিৰ দিনটোতে ভাৰতে ‘মাৰ্চ অৰ্বিটাৰ মিছন’ সফলভাৱে ৰূপায়ণ কৰি মঙল গ্ৰহত সফলভাৱে অৱতৰণ কৰা এছিয়াৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় ৷ লগতে, প্ৰথম প্ৰচেষ্টাতে সফলভাৱে অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে স্বীকৃতি লাভ কৰিছিল ভাৰতে ৷
  • 1789 চনৰ 24 ছেপ্টেম্বৰ তাৰিখে প্ৰথমখন ন্যায়িক আইনখন গৃহীত কৰে যুক্তৰাষ্ট্ৰ কংগ্ৰেছে ৷ আইনখনে এগৰাকী এটৰ্নি জেনেৰেল আৰু নিম্ন যুক্তৰাষ্ট্ৰীয় আদালতৰ প্ৰস্তাৱ দাঙি ধৰিছিল ৷
  • 1938 চনৰ আজিৰ দিনটোতে ইউ.এছ. টেনিছ অপেনৰ খিতাপ লাভ কৰাৰ পাচতে চাৰিটা মুখ্য উপাধিৰে বিভূষিত হোৱা আমেৰিকাৰ প্ৰথম গৰাকী টেনিচ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল ডন বাদ্​জ ৷
  • যুক্তৰাষ্ট্ৰৰ প্ৰথমখন পাৰমাণৱিক শক্তি সম্পন্ন বিমান কেৰিয়াৰ 1960 চনৰ 24 ছেপ্টেম্বৰত উদ্বোধন কৰা হয় ৷
  • 2013 চনৰ আজিৰ দিনটোত দক্ষিণ পাকিস্তানত সংঘটিত হৈছিল প্ৰচণ্ড ভূমিকম্প ৷ য’ত কমেও 327 গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ৷ এই ভূমিকম্পৰ ফলত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘‘যলযলা জাযীৰা’’ৰ সৃষ্টি হয় ।
  • 1999 চনৰ আজিৰ দিনটোতে অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী পান্নালাল অছোৱালৰ আততায়ীৰ হাতত মৃত্যু হয় ।
  • 1726 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতা,চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে ।
  • 1924 চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা কৃষ্ণকুমাৰ শুক্লাৰ জন্ম হয়।
  • 2002 চনৰ আজিৰ দিনটোতে গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ 26 জন লোকৰ মৃত্যু হয় ।
  • 2007 চনৰ আজিৰ দিনটোতে প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক 5 ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয় ।
  • 1961 চনৰ আজিৰ দিনটোতে ৰাজনৈতিক কৰ্মী মাডাম ৱিকাজী কামাৰ জন্ম হয় ।
  • 1895 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ আন্দ্ৰে ফ্ৰেডেৰিক কৰ্ণাডৰ জন্ম হয় ।
  • 1904 চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু ঘটে । ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত ।
  • 2001 চনৰ আজিৰ দিনটোতে মাৰ্কিন যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয় ।

চাওঁ আহক বিশ্ব ইতিহাসক আজিৰ দিনটো (24 ছেপ্টেম্বৰ)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

2014 চনৰ 28 ছেপ্টেম্বৰ দিনটো ভাৰতীয় ইতিহাসৰ অন্যতম দিন ৷ আজিৰ দিনটোতে ভাৰতে মাৰ্চ অৰ্বিটাৰ মিছন সফলভাৱে ৰূপায়ন কৰি মঙ্গল গ্ৰহত সফলভাৱে অৱতৰণ এছিয়াৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় ৷ লগতে, প্ৰথমবাৰৰ প্ৰচেষ্টাতে সফলভাৱে অৱতৰণ কৰা বিশ্ব প্ৰথমখন দেশৰ স্বীকৃতি লাভ কৰিছিল ভাৰতে ৷

1789 চনৰ 24 ছেপ্টেম্বৰ তাৰিখে প্ৰথমখন ন্যায়িক আইনখন গৃহীত কৰে যুক্তৰাষ্ট্ৰ কংগ্ৰেছে ৷  আইনখনে এগৰাকী এটৰ্নি জেনেৰেল আৰু নিম্ন যুক্তৰাষ্ট্ৰীয় আদালতৰ প্ৰস্তাৱ দাঙি ধৰিছিল ৷

1938 চনৰ আজিৰ দিনটোতে  ইউ.এছ. টেনিছ অপেনৰ খিতাপ লাভ কৰাৰ পাচতে চাৰিটা মুখ্য উপাধিৰে বিভূষিত হোৱা আমেৰিকাৰ প্ৰথম গৰাকী টেনিচ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল ডন বাদ্জ ৷

যুক্তৰাষ্ট্ৰৰ প্ৰথমখন পাৰমানৱিক শক্তি সম্পন্ন বিমান কেৰিয়াৰ 1960 চনৰ 24 ছেপ্টেম্বৰত উদ্বোধন কৰা হয় ৷

2013 চনৰ আজিৰ দিনটোত দক্ষিণ পাকিস্তানত সংঘটিত হৈছিল প্ৰচণ্ড ভূমিকম্প ৷ য’ত কমেও 327 গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ৷ এই ভূমিকম্পৰ ফলত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘‘যলযলা জাযীৰা’’ৰ সৃষ্টি হয় ।

1999 চনৰ আজিৰ দিনটোতে অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী পান্নালাল অছোৱালৰ আততায়ীৰ হাতত মৃত্যু হয় ।

1726 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতা , চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে ।

1924 চনৰ আজিৰ দিনটোতে জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা কৃষ্ণকুমাৰ শুক্লাৰ জন্ম হয় ।

2002 চনৰ আজিৰ দিনটোতে গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ 26 জন লোকৰ মৃত্যু হয় ।

2007 চনৰ আজিৰ দিনটোতে প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক 5 ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয় ।

1961 চনৰ আজিৰ দিনটোতে ৰাজনৈতিক কৰ্মী মাডাম ৱিকাজী কামাৰ জন্ম হয় ।

1895 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ আন্দ্ৰে ফ্ৰেডেৰিক কৰনাদৰ জন্ম হয় ।

1904 চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু ঘটে । ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত ।

2001 চনৰ আজিৰ দিনটোতে মাৰ্কিন যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.