- আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস । কেন্দ্ৰীয় হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী সন্তোষ কুমাৰ গংগোৱাৰৰ পৃষ্ঠপোষকতাত যুটীয়া সদনৰ অনুমতি সাপেক্ষে 7 আগষ্টৰ দিনটো হস্ততাঁত দিৱস হিচাপে গৃহীত কৰা হৈছিল ৷
- ইন্দ্ৰধনু কবি হিচাপে পৰিচিত প্ৰথিতযশা সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল ১৮৯৯ চনৰ আজিৰ দিনটোত ।
- ১৯৬৬ চনৰ আজিৰ দিনটোত আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী জিম্মী ৱেলছ জন্ম হৈছিল।
- ১১০৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ সম্ৰাট চতুৰ্থ হেনৰীৰ মৃত্যু হয়। 1056 চনত ৰাজভাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল তেওঁ ৷
- ১৮৪৮ চনৰ আজিৰ দিনটোতে ছুইডেনৰ ৰসায়ন বিজ্ঞানী জনজ জেকব বাৰ্জেলিয়াছৰ মৃত্যু হয়।
- ১৯৪১ চনৰ আজিৰ দিনটোত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু হয় । 1861 চনৰ 7 মে’ত সেই সময়ৰ ব্ৰিটিছ শাসনাধীন কলকাতা চহৰত জন্ম গ্ৰহণ কৰিছিল ৷ ৰবীন্দ্ৰনাথ ঠাকুৰ গুৰুদেৱ, কবিগুৰু, বিশ্বকবি আদি নামেৰেও জনাজাত ৷
- ১৯০৫ চনৰ আজিৰ দিনটোতেই ঘটিছিল বংগ বিভাজন।
- 1959 চনৰ আজিৰ দিনটোতে লুণা-৩ৰ দ্বাৰা চন্দ্ৰৰ অদৃশ্য ফালটোৰ ফটো লোৱা হৈছিল ৷ 1959 চনতেই ছোভিয়েট ইউনিয়নে উৎক্ষেপন কৰিছিল লুনা-3 অথবা E-2A no. 1 কৃটিম উপগ্ৰহটো ৷
- আজি পশ্চিম আফ্ৰিকাৰ দেশ আইভৰি কষ্টৰ স্বাধীনতা দিৱস ৷ ১৯৬০ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰিছিল ৰাষ্ট্ৰখনে ।
- ১৯৬৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল উইকিপিডিয়াৰ প্ৰতিষ্ঠাতা জিমি উয়েল্ছৰ। উইকিপিডিয়াৰ প্ৰতিষ্ঠাতা আছিল জিমি উয়েল্ছ।
- ১৮৬৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পৰা পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণৰ প্ৰথম ফটো লোৱা হৈছিল।
- ১৯৬০ চনৰ আজিৰ দিনটোত পশ্চিম আফ্ৰিকাৰ দেশ আইভৰী কষ্টে স্বাধীনতা লাভ কৰে।
- ১৯৯৮ চনৰ আজিৰ দিনটোতে কেনিয়াৰ দাৰ ইচ ছালাম আৰু তানজানিয়াৰ নাইবোৰিস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত হোৱা বোমা বিস্ফোৰণত ২২৪ (২১৩ নাইবোৰিত আৰু ১১ ছাৰ ইচ ছালাম ) মৃত্যু হৈছিল আৰু আহত হৈছিল ৪০০০ ত কৈও অধিক মানুহৰ।
- ২০০৭ চনৰ আজিৰ দিনটোতে শ্যাম বেনেগাললৈ ২০০৫ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।
- ২০১৮ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ।
ইতিহাসত আজিৰ দিনটো - history in today's date
বিশ্ব ইতিহাসত সংঘটিত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনাঃ
ETV BHARAT

ইন্দ্ৰধনু কবি হিচাপে পৰিচিত প্ৰথিতযশা সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল ১৮৯৯ চনৰ আজিৰ দিনটোত ।
১৯৬৬ চনৰ আজিৰ দিনটোত আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী জিম্মী ৱেলছ জন্ম হৈছিল।
১১০৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ সম্ৰাট চতুৰ্থ হেনৰীৰ মৃত্যু হয়। 1056 চনত ৰাজভাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল তেওঁ ৷
১৮৪৮ চনৰ আজিৰ দিনটোতে ছুইডেনৰ ৰসায়ন বিজ্ঞানী জনজ জেকব বাৰ্জেলিয়াছৰ মৃত্যু হয়।
১৯৪১ চনৰ আজিৰ দিনটোত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু হয় । 1861 চনৰ 7 মে’ত সেই সময়ৰ ব্ৰিটিছ শাসনাধীন কলকাতা চহৰত জন্ম গ্ৰহণ কৰিছিল ৷ ৰবীন্দ্ৰনাথ ঠাকুৰ গুৰুদেৱ, কবিগুৰু, বিশ্বকবি আদি নামেৰেও জনাজাত ৷
১৯০৫ চনৰ আজিৰ দিনটোতেই ঘটিছিল বংগ বিভাজন।
1959 চনৰ আজিৰ দিনটোতে লুণা-৩ৰ দ্বাৰা চন্দ্ৰৰ অদৃশ্য ফালটোৰ ফটো লোৱা হৈছিল ৷ 1959 চনতেই ছোভিয়েট ইউনিয়নে উৎক্ষেপন কৰিছিল লুনা-3 অথবা E-2A no. 1 কৃটিম উপগ্ৰহটো ৷
১৮৬৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পৰা পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণৰ প্ৰথম ফটো লোৱা হৈছিল।
১৯৬০ চনৰ আজিৰ দিনটোত পশ্চিম আফ্ৰিকাৰ দেশ আইভৰী কষ্টে স্বাধীনতা লাভ কৰে।
২০০৭ চনৰ আজিৰ দিনটোতে শ্যাম বেনেগাললৈ ২০০৫ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।