ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো

author img

By

Published : Jul 3, 2019, 3:19 PM IST

চাওঁ আহক বিশ্ব ইতিহাসত ৩ জুলাইত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

ETV BHARAT
  • আজি আন্তৰ্জাতিক প্লাষ্টিক বেগ মুক্ত দিৱস ৷ এবাৰলৈ ব্যৱহাৰোপযোগী প্লাষ্টিক বেগসমূহৰ পৰা বিৰত ৰাখি লোকসকলক পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবেই 3 জুলাই দিনটো ‘আন্তৰ্জাতিক প্লাষ্টিক বেগ মুক্ত দিৱস’ হিচাপে অনানুষ্ঠানিকভাৱে পালন কৰা হয় ৷
  • ব্যঙ্গ সংগীতক পোন প্ৰথমবাৰৰ বাবে পৰিচিত কৰোৱা, ব্যঙ্গ সংগীতৰ পিতৃ হিচাপে খ্যাত জৰ্জ এম. কহান ১৮৭৮ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ।
  • 1844 চনৰ আজিৰ দিনটোতে পৃথিৱীৰ পৰা নিঃশেষ হৈ গৈছিল 'গ্ৰেট অ'ক্স' প্ৰজাতিৰ শেষৰ যোৰ চৰাই । এই চৰাইবিধ দেখাত পেংগুইনৰ দৰে একেই ।
  • 1908 চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত ব্ৰিটিছ চৰকাৰে আটক কৰিছিল বাল গঙ্গাধৰ তিলকক ৷ জন্মৰ সময়ত তেওঁৰ নাম আছিল কেশৱ গঙ্গাধৰ তিলক আৰু পাচলৈ লোকমান্য তিলক হিচাপে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ 1856 চনৰ 23 জুলাইত মহাৰাষ্ট্ৰৰ ৰত্মগিৰিত জন্মগ্ৰহণ কৰা বাল গংগাধৰ তিলকে ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল ৷
  • 1928 চনৰ আজিৰ দিনটোতে জন ল’গী বেৰ্ডে লণ্ডনত প্ৰথমবাৰৰ বাবে লোকসকলক ৰঙীন টেলিভিজনৰ সৈতে পৰিচয় কৰাইছিল ৷
  • ১৯১৮ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ভাৰতৰ এগৰাকী জনপ্ৰিয় অভিনেতা, পৰিচালক তথা প্ৰযোজক চিভি ৰাঙ্গা ৰাওয়ে । সাংস্কৃতিক জগতখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰপতি বঁটাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ।
  • ইয়াৰোপৰিও, ১৯৫২ চনৰ ৩ জুলাই তাৰিখে জন্ম গ্ৰহণ কৰিছিল ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা তথা বহুমুখী প্ৰতিভাৰ অধিকাৰী অমিত কুমাৰে ।

1928 John Logie Baird demonstrates the first colour television transmission in London

1939 Ernst Heinkel demonstrates 800 kph (500 mph) rocket plane to Adolf Hitler

On July 3rd 1908, Bal Gangadhar Tilak was arrested for sedition by the British. Bal Gangadhar Tilak, born Keshav Gangadhar Tilak and popularly known as Lokmanya Tilak, was a popular Indian nationalist and Independence activist who was one of the first popular leaders of the freedom movement.

George M. Cohan- 1878 George M. Cohan, American father of musical comedy (Phantom President, Give My Regards to Broadway), born in Providence, Rhode Island (d. 1942)

আজি আন্তৰ্জাতিক প্লাষ্টিক বেগ মুক্ত দিৱস ৷ এবাৰলৈ ব্যৱহাৰোপযোগী প্লাষ্টিক বেগসমূহৰ পৰা বিৰত ৰাখি লোকসকলক পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবেই 3 জুলাই দিনটো ‘আন্তৰ্জাতিক প্লাষ্টিক বেগ মুক্ত দিৱস’ হিচাপে অনানুষ্ঠানিকভাৱে পালন কৰা হয় ৷

ব্যঙ্গ সংগীতক পোন প্ৰথমবাৰৰ বাবে পৰিচিত কৰোৱা, ব্যঙ্গ সংগীতৰ পিতৃ হিচাপে খ্যাত জৰ্জ এম. কহান ১৮৭৮ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল ।

1908 চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰদোহীৰ অপৰাধত ব্ৰিটিছ চৰকাৰে আটক কৰিছিল বাল গঙ্গাধৰ তিলকক ৷ জন্মৰ সময়ত তেওঁৰ নাম আছিল কেশৱ গঙ্গাধৰ তিলক আৰু পাচলৈ লোকমান্য তিলক হিচাপে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিছিল ৷ 1856 চনৰ 23 জুলাইত মহাৰাষ্ট্ৰৰ ৰত্মগিৰিত জন্মগ্ৰহণ কৰা বাল গংগাধৰ তিলকে ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল ৷

1928 চনৰ আজিৰ দিনটোতে জন ল’গী বেৰ্ডে লণ্ডনত প্ৰথমবাৰৰ বাবে লোকসকলক ৰঙীন টেলিভিজনৰ সৈতে পৰিচিত কৰাইছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.