- তথ্য প্ৰযুক্তিৰ দিশত আজিৰ দিনটো বিশেষভাৱে মনত ৰাখিবলগীয়া ৷ 1698 চনৰ 2 জুলাই তাৰিখে থমাচ চেভাৰীয়ে ভাপ ইঞ্জিন উদ্ভাৱন কৰাৰ বাবে স্বত্বাধিকাৰ প্ৰদান কৰা হৈছিল ৷
- আজিৰ দিনটো বিশ্ব ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ দিন ৷ 1822 চনৰ আজিৰ দিনটোতে ডেনমাৰ্কৰ লগতে দক্ষিণ কাৰোলিনাৰ 35 গৰাকীকৈ দাসক ফাঁচী দিয়া হৈছিল ৷ দাস বিদ্ৰোহৰ পৰিকল্পনা কৰাৰ অপৰাধতে হত্যা কৰা হৈছিল 35 গৰাকীকৈ লোকক ৷
- 1940 চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতা সুভাষ চন্দ্ৰ বসুক কলিকতাৰ পৰা আটক কৰা হৈছিল ৷
- বাংলাদেশৰ মুক্তিযুদ্ধ- 1971 চনৰ আজিৰ 2 জুলাই তাৰিখে ভাৰত আৰু পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হৈছিল চিমলা চুক্তি ৷ 1971 চনত সেইসময়ৰ পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত চলি সশস্ত্ৰ সংগ্ৰামত প্ৰায় ৯ মাহৰ পাচত অৰ্থাৎ সেই বৰ্ষৰে ডিচেম্বৰ মাহৰ পৰা ভাৰতেও পশ্চিম পাকিস্তানৰ সমৰ্থনত অংশগ্ৰহণ কৰে ৷ অৱশেষত যুদ্ধৰ পৰিণতি হিচাপে ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল চিমলা চুক্তি ৷ ইয়াৰ পাচতেই পূৱ পাকিস্তানে বাংলাদেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰে ৷
- 2016 চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ ৷ বাঘদাদৰ কেৰেডাত সংঘটিত এই সন্ত্ৰাসবাদীৰ আত্মঘাতী বিস্ফোৰণত কমেও 341 গৰাকীকৈ নিৰীহ লোকৰ মৃত্যু হৈছিল ৷
ইতিহাসত আজিৰ দিনটো - 2 july
চাওঁ আহক বিশ্ব ইতিহাসত 2 জুলাইত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-
etv bharat

The Simla Agreement, or Shimla Agreement, was signed between India and Pakistan on 2 July 1972 in Shimla, the capital city of the Indian state of Himachal Pradesh.[2] It followed from the Bangladesh Liberation war in 1971 that led to the independence of Bangladesh, which was earlier known as East Pakistan and was part of the territory of Pakistan.
On July 2nd 1972, Indian Prime Minister Indira Gandhi and Pakistani President Zulfikar Ali Bhutto signed the Shimla Treaty which contained the principles which should govern future relations between both countries.
2013 – The International Astronomical Union names Pluto's fourth and fifth moons, Kerberos and Styx.
2016 – Suicide bombing of Karrada in Baghdad kills at least 341 people.
1940 – Indian independence leader Subhas Chandra Bose is arrested and detained in Calcutta.
1822 – Thirty-five slaves are hanged in South Carolina, including Denmark Vesey, after being accused of organizing a slave rebellion.
আজিৰ দিনটো বিশ্ব ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ দিন ৷ 1822 চনৰ আজিৰ দিনটোতে ডেনমাৰ্কৰ লগতে দক্ষিণ কাৰোলিনাৰ 35 গৰাকীকৈ দাসক ফাঁচী দিয়া হৈছিল ৷
1940 চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতা সুভাষ চন্দ্ৰ বসুক কলিকতাৰ পৰা আটক কৰা হৈছিল ৷
বাংলাদেশৰ মুক্তিযুদ্ধ- 1971 চনৰ আজিৰ 2 জুলাই তাৰিখে ভাৰত আৰু পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলী ভুট্টোৰ মাজত স্বাক্ষৰিত হৈছিল চিমলা চুক্তি ৷ 1971 চনত সেইসময়ৰ পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত চলি সশস্ত্ৰ সংগ্ৰামত প্ৰায় ৯ মাহৰ পাচত অৰ্থাৎ সেই বৰ্ষৰে ডিচেম্বৰ মাহৰ পৰা ভাৰতেও পশ্চিম পাকিস্তানৰ সমৰ্থনত অংশগ্ৰহণ কৰে ৷ অৱশেষত যুদ্ধৰ পৰিণতি হিচাপে ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল চিমলা চুক্তি ৷ ইয়াৰ পাচতেই পূৱ পাকিস্তানে বাংলাদেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰে ৷
2016 চনৰ আজিৰ দিনটোতে সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমন ৷ বাঘদাদৰ কেৰেডাত সংঘটিত এই সন্ত্ৰাসবাদী আক্ৰমণত কমেও 341 গৰাকীকৈ নিৰিহ লোক মৃত্যু হৈছিল ৷