ETV Bharat / bharat

কলকাতাত 20 কোটি টাকাৰ মুল্যৰ হেৰ’ইন জব্দঃ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

author img

By

Published : Oct 24, 2020, 10:24 PM IST

Updated : Jun 16, 2021, 8:33 PM IST

শুকুৰবাৰে আৰক্ষীৰ এটা দলে অভিযান চলাই এখন মালবাহী গাড়ী খনৰ পৰা 4.20 কেজি হেৰ’ইন জব্দ কৰে ৷ যাৰ মুল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত 20 কোটিতকৈও অধিক হ’ব ৷

Heroin worth Rs. 20 crore seized in Kolkata
কলকাতাত 20 কোটি টাকাৰ মুল্যৰ হি’ৰইন জব্দঃ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

নিউজ ডেস্ক, 24অক্টোবৰ : কলকাতা আৰক্ষীয়ে চহৰখনৰ গাৰডেন ৰিচ অঞ্চলৰ এখন মালবাহী গাড়ীৰ পৰা 4 কেজিতকৈও অধিক হিৰ’ইন জব্দ কৰাৰ লগতে দুজনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৷

এগৰাকী জেষ্ঠ্য আৰক্ষী বিষয়াই উল্লেখ কৰে যে, গোপন সূত্ৰৰ পম খেদি জানিব পাৰি শুকুৰবাৰে আৰক্ষীৰ এটা দলে অভিযান চলাই মালবাহী গাড়ী খনৰ পৰা 4.20 কেজি হেৰ’ইন জব্দ কৰে ৷ যাৰ মুল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত 20 কোটিতকৈও অধিক হ’ব ৷

ইপিনে আৰক্ষী বিষয়া গৰাকীয়ে সদৰি কৰে যে,গাড়ী খনত হিৰ’ইন খিনি গোপনে আনিছিল দুই ড্ৰাগ সৰবৰাহীয়ে ৷ সম্প্ৰতি সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃস্বাভিমানী অসমীয়া থকালৈকে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব নোৱাৰেঃ ৰঞ্জিত কুমাৰ দাস

Last Updated : Jun 16, 2021, 8:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.