ETV Bharat / bharat

মথুৰাত জয়লাভ অভিনেত্ৰী হেমা মালিনীৰ - assam news

বিজেপি প্ৰাৰ্থী তথা বলিউডৰ অভিনেত্ৰী হেমা মালিনীয়ে 2,93471 টা ভোটত জয়লাভ কৰে ৷ জয়ী প্ৰাৰ্থী হেমা মালিনীয়ে উত্তৰপ্ৰদেশৰ 'মহাজোট বন্ধনৰ' বিৰোধী প্ৰাৰ্থী ৰাষ্ট্ৰীয় লোকদলৰ কুনৱাৰ নৰেন্দ্ৰ সিঙক পৰাস্ত কৰে

মথুৰাত জয়লাভ অভিনেত্ৰী হেমা মালিনীৰ
author img

By

Published : May 24, 2019, 8:39 AM IST

Updated : May 24, 2019, 10:57 AM IST

নিউজ ডেস্ক, 24 মে': মথুৰা লোকসভা সমষ্টিত ভাৰতীয় জনতা দলৰ জয়লাভ ৷ বিজেপি প্ৰাৰ্থী তথা বলিউডৰ অভিনেত্ৰী হেমা মালিনীয়ে 2,93471 টা ভোটত জয়লাভ কৰে ৷ জয়ী প্ৰাৰ্থী হেমা মালিনীয়ে উত্তৰপ্ৰদেশৰ 'মহাজোট বন্ধনৰ' বিৰোধী প্ৰাৰ্থী ৰাষ্ট্ৰীয় লোকদলৰ কুনৱাৰ নৰেন্দ্ৰ সিঙক পৰাস্ত কৰে ৷ উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰৰ সময়তে বিজেপি প্ৰাৰ্থী তথা অভিনেত্ৰী হেমা মালিনীয়ে কেন্দ্ৰত বিজেপি পুনৰ ক্ষমতাত আহিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰিছিল ৷ আনহাতে, ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ ফলতেই জয়লাভ কৰে বুলি মন্তব্য কৰে হেমা মালিনীয়ে ৷

etv bharat assam

Mathura (Uttar Pradesh), May 24 (ANI): Bharatiya Janata Party's candidate for Mathura parliamentary seat, Hema Malini, won the Lok Sabha seat by 293471 votes. She defeated Rashtriya Lok Dal's Kunwar Narendra Singh, who is the joint opposition candidate of the 'mahagathbandhan' in Uttar Pradesh. BJP has taken an unassailable lead in the Lok Sabha elections, and assured its return to power at centre.
Last Updated : May 24, 2019, 10:57 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.