ETV Bharat / bharat

পথাৰত কিয় হেমা মালিনী?

দেওবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ’ল মোহময়ী অভিনেত্ৰী তথা বিজেপি প্ৰাৰ্থী হেমা মালিনীক ৷ উত্তৰ প্ৰদেশৰ মথুৰাৰ এখন খেতিপথাৰত কেইবাগৰাকীও মহিলাৰ সৈতে চোকা ৰ’দত খেতি চপোৱাত ব্যস্ত আছিল হেমা মালিনী ৷ হেমা মালিনী মথুৰাৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৷

author img

By

Published : Apr 1, 2019, 5:39 AM IST

etv bharat

মথুৰা (উত্তৰপ্ৰদেশ), 1 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই সকলো ৰাজনৈতিক নেতা-কৰ্মীসকল ব্যস্ত হৈ পৰিছে ৷ ব্যতিক্ৰমী প্ৰচাৰৰ প্ৰতিযোগিতাখনত কেনেদৰে ভোটাৰৰ মন জিনিব পাৰি তাৰ বাবে ব্যস্ত হৈ পৰিছে সকলো ৷ দেওবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ’ল মোহময়ী অভিনেত্ৰী তথা বিজেপি প্ৰাৰ্থী হেমা মালিনীক ৷ উত্তৰ প্ৰদেশৰ মথুৰাৰ এখন খেতিপথাৰত কেইবাগৰাকীও মহিলাৰ সৈতে চোকা ৰ’দত খেতি চপোৱাত ব্যস্ত আছিল হেমা মালিনী ৷ হেমা মালিনী মথুৰাৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৷ ভোট সংগ্ৰহৰ বাবে নিজৰ সমষ্টিত হাতত কাঁচি লৈখেতি পথাৰতে নামিলেগৈ জনপ্ৰিয় অভিনেত্ৰীগৰাকী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.