ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডঃ অটল আদালতৰ ৰায়

বুধবাৰে উচ্চ ন্যায়ালয়ে নিৰ্ভয়া কাণ্ড সন্দৰ্ভত পুনৰ বিবেচনাৰ সকলো অনুৰোধ প্ৰত্যাখ্যান কৰে ৷ লগতে অন্যতম অভিযুক্ত মুকেশ কুমাৰক দিয়া মৃত্যুৰ আদেশ বাহাল ৰাখে ৷

author img

By

Published : Jan 15, 2020, 10:37 PM IST

নতুন দিল্লী
নিৰ্ভয়া কাণ্ড

নতুন দিল্লী,15 জানুৱাৰীঃ দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্ভয়া কাণ্ড সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৷ ইতিমধ্যে ন্যায়ালয়ে নিৰ্ভয়া কাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰিছে ৷ উক্ত ৰায়দান সম্পৰ্কত পুনৰ বিবেচনাৰ বাবে ন্যায়ালয়ক অনুৰোধ জনোৱা হৈছিল ৷ কিন্তু বুধবাৰে ন্যায়ালয়ে এই সন্দৰ্ভত সকলো অনুৰোধ প্ৰত্যাখ্যান কৰে ৷ লগতে অন্যতম অভিযুক্ত মুকেশ কুমাৰক দিয়া মৃত্যুৰ আদেশ বাহাল ৰাখে ৷

নতুন দিল্লী
নিৰ্ভয়া কাণ্ড

ন্যায়ালয়ে অভিযুক্ত পক্ষৰ অধিবক্তাক নিম্ন আদালতত আবেদন কৰা ক্ষমা প্ৰাৰ্থনাৰ বিষয়ে ন্যায়ালয়ক অবগত কৰিবলৈ কয় ৷ দিল্লী চৰকাৰে ইতিপূৰ্বে নিৰ্ধাৰিত দিনত নিৰ্ভয়া কাণ্ডৰ দোষীসকলক একেলগে শাস্তি প্ৰদান কৰা নহ’ব বুলি ন্যায়ালয়ক অবগত কৰিছিল ৷ কিয়নো অভিযুক্ত সকলৰ এজনে ক্ষমা বিচাৰি আবেদন কৰিছিল ৷

লগতে চাওকঃব্যতিক্ৰমী সত্ৰীয়া পৰম্পৰাৰে বৰপেটাবাসীৰ হেঁপাহৰ উৰুকা

Intro:Body:

2012 Delhi gangrape case: Delhi High Court refuses to set aside the trial court order which issued death warrant. Delhi HC asks convict Mukesh's counsel to approach trial court and apprise the court about the pending mercy plea.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.