ETV Bharat / bharat

৪৮ বছৰত ভৰি দিলে সৌৰভ গাংগুলীয়ে

author img

By

Published : Jul 8, 2020, 1:14 PM IST

বুধবাৰে ভাৰতৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ভাৰতীয় ক্ৰিকেট কন্ট্ৰোল বোৰ্ড(BCCI)ৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে উদযাপন কৰে ৪৮ সংখ্যক জন্মদিৱস । দেশজুৰি 'দাদা' বুলি পৰিচিত গাংগুলীৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে অসংখ্য ক্ৰিকেট অনুৰাগীয়ে ।

সৌৰভ গাংগুলী
সৌৰভ গাংগুলী

নিউজ ডেস্ক, ৮ জুলাইঃ ভাৰতীয় ক্ৰিকেট কন্ট্ৰোল বোৰ্ড (BCCI)ৰ অধ্যক্ষ তথা ভাৰতৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে বুধবাৰে উদযাপন কৰে ৪৮ সংখ্যক জন্মদিৱস । প্ৰাক্তন খেলুৱৈ গৰাকীৰ জন্মদিৱসত শুভেচ্ছা জ্ঞাপন কৰে অসংখ্য ক্ৰিকেট অনুৰাগীকে ধৰি শুভাকাংক্ষীয়ে । ১৯৭২ চনত ৮ জুলাই জন্মগ্ৰহণ কৰা সৌৰভ গাংগুলী বিশ্বৰ ভিতৰতে এগৰাকী ক্ৰিকেট আইকন হিচাপে পৰিচিত ।

সৌৰভ গাংগুলী
৪৮ বছৰত ভৰি থলে ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক তথা BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে

এটা দশকৰো অধিক সময় গাংগুলীৰ দুৰ্দান্ত বেটিঙৰ বাবে দেশ আৰু বিশ্বজুৰি ক্ৰিকেট অনুৰাগীসকলক ৰোমাঞ্চিত কৰিছে । দেশজুৰি 'দাদা' বুলি সম্বোধন কৰা গাংগুলীয়ে ১৯৯৬ চনত ইংলেণ্ডৰ বিৰুদ্ধে খেলা টেষ্টৰ জৰিয়তে ক্ৰিকেট জগতত ভৰি দিয়ে । তাৰোপৰি গাংগুলীক ক্ৰিকেটৰ শতকৰ ভগৱান বুলিও পৰিচিত । গাংগুলীয়ে ১৯৯৯ চনৰ ক্ৰিকেট বিশ্ব কাপত শ্ৰীলংকাৰ বিৰুদ্ধে ১৮৩ ৰাণ কৰাৰ উপৰিও ৰাহুল দ্ৰাবিড়ৰৰ সহযোগত মুঠ ৩১৮ ৰাণ কৰিবলৈ সক্ষম হয় ।

 BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলী

সৌৰভ গাংগুলীয়ে ভাৰতৰ ডে-নাইট ক্ৰিকেটৰ ধাৰাক আগবঢ়োৱাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ ভূমিকাও গ্ৰহণ কৰে । গাংগুলীয়ে মুঠ ১৯৫ খন খেলত ভাৰতৰ ক্ৰিকেট দলক তেতৃত্ব প্ৰদান কৰে । তাৰ ভিতৰত ৯৭ খন খেলত জয়লাভ কৰে । আনহাতে, খেলুৱৈ গৰাকীয়ে ক্ৰিকেট কেৰিয়াৰত মুঠ ১৮,৫৭৫ ৰাণ সংগ্ৰহেৰে ২০১২ চনত ক্ৰিকেটৰ পৰা অৱসৰ লয় ।

লগতে চাওকঃ ইটিভিৰ বাতৰিৰ প্ৰভাৱ : জালিয়াতিৰে মাটি বিক্ৰী কৰি নিলম্বিত শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.