ETV Bharat / bharat

গুজৰাটৰ ৰাজকোট ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ ২৯জন লোক

author img

By

Published : May 18, 2020, 6:40 PM IST

দেওবাৰে গুজৰাটৰ ৰাজকোটত সংঘটিত ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ ২৯ জন প্ৰৱাসী শ্ৰমিক । বিহাৰ আৰু উত্তৰ প্ৰদেশললৈ যোৱা দুখন বিশেষ প্ৰৱাসী শ্ৰমিক ৰে'ল সেৱাৰ ভূল তথ্যৰ বাবেই দেওবাৰে ৰাজকোটৰ শ্বাপাৰ উদ্যোগিক অঞ্চলত যান-বাহনৰ ওপৰত চলাই প্ৰৱাসী শ্ৰমিকসকলে ।

গুজৰাট
গুজৰাটৰ ৰাজকোট ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ ২৯জন লোক

নিউজ ডেস্ক, ১৮ মে': গুজৰাটৰ ৰাজকোটত দেওবাৰে প্ৰৱাসী শ্ৰমিকে কৰা আক্ৰমণৰ ঘটনা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২৯ জন শ্ৰমিকক । প্ৰৱাসী শ্ৰমিক সকলে ৰাজকোটৰ শ্বাপাৰ উদ্যোগিক অঞ্চলত দেওবাৰে যান-বাহনৰ ওপৰত চলাইছিল আক্ৰমণ । প্ৰৱাসী শ্ৰমিক সেৱাৰ বাবে আগবঢ়োৱা ৰে'ল সেৱাত কিছু সালসলনি হোৱা বাবেই শিলাবৰ্ষনকে ধৰি বিভিন্ন ধৰণে আক্ৰমণ চলাইছিল প্ৰৱাসী শ্ৰমিক সকলে ।

যাৰ বাবে ঘটনাৰ লগত জড়িত ২৯ জন শ্ৰমিকক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ৰাজকোট ৰেঞ্জৰ উপ মহাপৰিদৰ্শক ছন্ধীপ সিঙে ।

ইয়াৰ পূৰ্বেও বিহাৰ আৰু উত্তৰ প্ৰদেশলৈ সেৱা আগবঢ়োৱা দুখন বিশেষ প্ৰৱাসী শ্ৰমিক ৰে'ল সেৱাৰ ভূল তথ্য দিয়াৰ বাবে শ্বাপাৰ উদ্যোগিক অঞ্চলত আক্ৰমণ চলাইছিল ।

আনহাতে, ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ৰাজকোটৰ আৰক্ষী অধীক্ষক (গ্ৰামীণ) বলৰাম মীনাই কয় যে, শীঘ্ৰে ঘটনাৰ লগত জড়িত ব্যক্তিসকলক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.