ETV Bharat / bharat

15 ডিচেম্বৰত গুজৰাটত উদ্বোধন হ'ব 30,000 মেগাৱাট ক্ষমতা সম্পন্ন শক্তি উদ্যান

15 ডিচেম্বৰত গুজৰাটৰ কুটছত বিশ্বৰ বৃহত্তম নবীকৰণযোগ্য সৌৰ আৰু বায়ুচালিত শক্তি উদ্যান কেন্দ্ৰটো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

15 ডিচেম্বৰত গুজৰাটত উদ্বোধন কৰা হ'ব 30,000 মেগাৱাট ক্ষমতা সম্পন্ন শক্তি উদ্যান

author img

By

Published : Dec 3, 2020, 7:32 PM IST

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 15 ডিচেম্বৰত গুজৰাটৰ কুটছত বিশ্বৰ বৃহত্তম নবীকৰণযোগ্য সৌৰ আৰু বায়ুচালিত শক্তি উদ্যান কেন্দ্ৰটো উদ্বোধন কৰিব ।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে কয়, 'প্ৰধানমন্ত্ৰীয়ে দুটাকৈ কাৰ্যৰ শুভ উদ্বোধন কৰিবলৈ 15 তাৰিখে গুজৰাট আহিব । ইয়াৰে এটা হৈছে সৌৰ আৰু বায়ু শক্তিৰ পৰা 30,000 মেগাৱাট ক্ষমতা সম্পন্ন বিশ্বৰ বৃহত্তম পুনৰ নৱীকৰণযোগ্য শক্তি উদ্যানৰ উদ্বোধন ।'

দ্বিতীয়টো কাৰ্যসূচী হৈছে, জনসাধাৰণক খোৱাপানীৰ যোগান ধৰিবলৈ মান্দভিত ডিচেলিশ্যন প্লাণ্ট এটাৰ উদ্বোধন । উল্লেখ্য যে, মাত্ৰ কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ স্বৰাজ্য গুজৰাট ভ্ৰমণ কৰিছিল চৰ্দাৰ বল্লভভাই পেটেলৰ 145 তম জন্মবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ।

লগতে পঢ়ক: 7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাত পুনৰ আৰম্ভ হ'ব বিদ্যালয়-কলেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.