ETV Bharat / bharat

কৰ'ণাভাইৰাছ প্ৰভাৱিত দেশৰ নাগৰিকৰ ভ্ৰমণত প্ৰতিবন্ধকতা - কৰ'ণাভাইৰাছ প্ৰভাৱিত দেশৰ নাগৰিকৰ ভ্ৰমণত প্ৰতিবন্ধকতা

কৰ'ণাভাইৰাছত আক্ৰান্ত ভাৰতীয়ৰ সংখ্যা 61 জনলৈ বৃদ্ধি ৷ কৰ'ণাভাইৰাছ প্ৰভাৱিত দেশৰ নাগৰিকৰ ভাৰত ভ্ৰমণত প্ৰতিবন্ধকতা আৰোপ চৰকাৰৰ ৷

COVID-19
ভাৰতত কৰ'ণাভাইৰাছ
author img

By

Published : Mar 11, 2020, 10:03 PM IST

নেশ্যনেল ডেস্ক, 11 মাৰ্চ : COVID-19 য়ে সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত মঙলবাৰে ভাৰত চৰকাৰে কৰ'ণাভাইৰাছ প্ৰভাৱিত দেশৰ পৰা ভাৰত ভ্ৰমণত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷ প্ৰতিবন্ধকতা আৰোপ কৰা দেশকেইখন হৈছে ইটালী, দক্ষিণ কোৰিয়া, চীন, হংকং, জাপান, থাইলেণ্ড, ছিংগাপুৰ, ইৰান, মালয়েছিয়া, ফ্ৰান্স, স্পেইন আৰু জাৰ্মানী ৷

ভাৰতত 61 জনলৈ বৃদ্ধি
ভাৰতত কৰ'ণাভাইৰাছ

এই দেশসমূহৰ নাগৰিকসকলৰ লগতে 1 ফেব্ৰুৱাৰীৰ পাচত এই দেশসমূহ ভ্ৰমণ কৰা লোকসকলৰ ভিছা বাতিল কৰা হৈছে ৷

এক প্ৰেছ বিবৃতিৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰণালয়ে কয়, "ভাৰতত বৰ্তমানলৈকে প্ৰৱেশ নকৰা অথবা 11 মাৰ্চত আৰু ইয়াৰ পূৰ্বে ফ্ৰান্স, জাৰ্মানী আৰু স্পেইনৰ নাগৰিকক প্ৰদান কৰা ভিছা বাতিল কৰা হৈছে ৷"

লগতে জানিবলৈ দিয়ে, "1 ফ্ৰেব্ৰুৱাৰী আৰু ইয়াৰ পাচত এই দেশসমূহ ভ্ৰমণ কৰা বিদেশী নাগৰিকৰ ভিছাও বাতিল কৰা হৈছে ৷"

উল্লেখ্য যে, Dell আৰু Mindtree কোম্পানীৰ দুই কৰ্মচাৰী কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত ভাৰতত এই ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 61 জনলৈ বৃদ্ধি পাইছে ৷

কৰ'ণাভাইৰাছ প্ৰভাৱিত দেশৰ নাগৰিকৰ ভ্ৰমণত প্ৰতিবন্ধকতা
কৰ'ণাভাইৰাছত আক্ৰান্ত Dell ৰ কৰ্মচাৰী

আৰু পঢ়ক : শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ বিষয়ে জানো আহক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.