ETV Bharat / bharat

ভাৰত চৰকাৰে মুকলি কৰিছে প্ৰশিক্ষণ আৰ্হি - দীক্ষা

। আৰু COVID-19 প্ৰশমনৰ বাবে ভাৰত চৰকাৰে প্ৰস্তুত কৰিছে প্ৰশিক্ষণ আৰ্হি । টুইটাৰ যোগে এই কথা জনাই ভাৰত চৰকাৰে । মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ তত্ত্বাবধানত প্ৰস্তুত কৰা হৈছে পৰ্টেল ।

ভাৰত চৰকাৰে মুকলি কৰিছে প্ৰশিক্ষণ আৰ্হি
ভাৰত চৰকাৰে মুকলি কৰিছে প্ৰশিক্ষণ আৰ্হি
author img

By

Published : Apr 10, 2020, 3:47 PM IST

নিউজ ডেস্ক, 10 এপ্ৰিলঃ কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত ভাৰতৰ প্ৰথম শ্ৰেণীৰ কৰ্মী সকলে নিজকে সহাৰ্য আৰু সহায় প্ৰদানত নিয়োজিত কৰিছে । ইয়াৰ পিচতে তেওঁলোকক সলনি কৰি এই সংকটৰ লগত যুঁজিবলৈ বহুতো শক্তিৰ প্ৰয়োজন হ'ব ।

সেয়ে ইয়াৰ বাবে প্ৰশিক্ষণ দিবলৈ প্ৰস্তুতি চলাইছে চৰকাৰে । আৰু COVID-19 প্ৰশমনৰ বাবে ভাৰত চৰকাৰে প্ৰস্তুত কৰিছে প্ৰশিক্ষণ আৰ্হি । টুইটাৰ যোগে এই কথা জনাই ভাৰত চৰকাৰে ।

ভাৰত চৰকাৰে মুকলি কৰিছে প্ৰশিক্ষণ আৰ্হি
ভাৰত চৰকাৰে মুকলি কৰিছে প্ৰশিক্ষণ আৰ্হি

'Integrated Govt. Online training’ (iGOT) নামেৰে ভাৰত চৰকাৰে এক পৰ্টেল মুকলি কৰাৰ কথা ঘোষণা কৰে । মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ তত্ত্বাবধানত এই পৰ্টেল প্ৰস্তুত কৰা হৈছে । যাতে অনলাইনৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰি প্ৰথম শ্ৰেণীৰ কৰ্মী প্ৰস্তুত কৰিব পাৰি ।

এই iGOT ৰ জৰিয়তে, ডাক্তৰ, নাৰ্চ, পেৰামেডিকেল, চাফাই কৰ্মী, টেকনিছিয়ান, ৰাজ্যিক চৰকাৰী বিষয়া আদি লোকে প্ৰশিক্ষণ লব পাৰিব ।

ভাৰত চৰকাৰে মুকলি কৰিছে প্ৰশিক্ষণ আৰ্হি
ভাৰত চৰকাৰে মুকলি কৰিছে প্ৰশিক্ষণ আৰ্হি

ইপিনে ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়া-শুণাৰ প্ৰতি লক্ষ ৰাখিও চৰকাৰে দীক্ষা (DIKSHA) নামৰ এখন অনলাইন শৈক্ষিক মঞ্চ প্ৰস্তুত কৰি আছে । NCRT আৰু CBSC পাঠ্যক্ৰমৰ বাবে শিক্ষকক প্ৰশিক্ষণ দিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ, শৈক্ষিক কাৰ্য আদিৰ সুবিধা কৰি দিব এই অনলাইন মঞ্চই ।

তাৰ বাবে চৰকাৰে https://igot.gov.in/igot/. লিংক মুকলি কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.