ETV Bharat / bharat

আমেৰিকাৰৰ টেক্সাচত লক ডাউনৰ শিথিলতাৰ পাচতে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা - কৰ'ণা ভাইৰাছ

আমেৰিকাৰৰ টেক্সাচত লক ডাউনৰ শিথিলতাৰ পাচতে বৃদ্ধি পাইছে মহামাৰী COVID-19 ত আক্ৰান্ত লোকৰ সংখ্যা । বিগত চাৰি সপ্তাহত ১৩ শতাংশতকৈ অধিক বৃদ্ধি পাইছে চহৰখনত ।

আমেৰিকা
আমেৰিকাৰৰ টেক্সাত লক ডাউনৰ শিথিলতাৰ পাচতে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা
author img

By

Published : Jun 13, 2020, 2:16 PM IST

নিউজ ডেস্ক, ১৩ জুনঃ সমগ্ৰ বিশ্বজুৰি শুকুৰবাৰ পৰ্যন্ত মহামাৰী COVID-19 ত আক্ৰান্ত হৈছে ৭৭,৩১,৬৭৩ গৰাকীতকৈ অধিক লোক । তাৰোপৰি COVID-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে প্ৰায় ৪,২৮,২১০ গৰাকী লোকৰ । তাৰোপৰি আৰোগ্য় হৈ উঠিছে ৩৯,২৫,২৭৩ গৰাকী লোক ।

আনহাতে, আমেৰিকাৰৰ টেক্সাচত লক ডাউন কিছু পৰিমাণে শিথিল হোৱাৰ পাচতে বিগত চাৰি দিনৰ ভিতৰত তৃতীয় বাৰৰ বাবে মহামাৰী COVID-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি সদৰি কৰে ।

আমেৰিকা
আমেৰিকাৰৰ টেক্সাত লক ডাউনৰ শিথিলতাৰ পাচতে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা

স্বাস্থ্য বিষয়াই কয় যে, টেক্সাচৰ হাস্পতালত মহামাৰী COVID-19 ত আক্ৰান্ত ২,১৬৬ গৰাকী আছিল যদিও বিগত ১০ জুন পৰ্যন্ত তাৰ ১৩ শতাংশ অধিক বৃদ্ধি পাই মুঠ ৮৩,৬৮০ গৰাকীলৈ বৃদ্ধি পোৱা বুলি উল্লেখ কৰে ।

লগতে COVID-19 ত আক্ৰান্ত হৈ শুকুৰবাৰে ১৯ জনৰ মৃত্যু হোৱা ফলত টেক্সাত মৃত্যু মহামাৰী COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ১,৯৩৯ বৃদ্ধি পায় বুলিও সদৰি কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.