ETV Bharat / bharat

COVID-19: বিশ্বৰ শেহতীয় তথ্য

author img

By

Published : Jun 3, 2020, 12:01 PM IST

বৰ্তমান পৰ্যন্ত সমগ্ৰ বিশ্বজুৰি কৰ'ণা আক্ৰান্ত সংখ্যা ৬৪,৭৪,০৭৫ ৰো অধিক । তাৰোপৰি ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩,৮১,৭১৮ গৰাকী ব্যক্তিৰ । আৰোগ্য হৈ উঠিছে ৩০,০৬,৮৩১ গৰাকী ।

COVID-19
COVID-19: বিশ্বজুৰি কত কিমান বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, ৩ জুনঃ বিশ্বজুৰি মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৬৪,৭৪,০৭৫ ৰো অধিক লোক । আৰু ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩,৮১,৭১৮ গৰাকী ব্যক্তিৰ । তাৰোপৰি আৰোগ্য হৈছে ৩০,০৬,৮৩১ গৰাকী ।

আনহাতে, বুধবাৰে চীনত পুনৰ চাৰিজনৰ দেহত কৰ'ণাৰ উপস্থিতি লাভ কৰা বুলি সদৰী কৰে । আক্ৰান্ত সকলৰ ভিতৰত এজন বহিঃৰাষ্ট্ৰৰ পৰা অহা লগতে বাকী তিনিজন নিউক্লিক এছিড পৰীক্ষাত ধৰা পৰে বুলি জানিবলৈ দিয়ে । আনহাতে, দেশখনত কৰ'ণাত আক্ৰান্তৰ সংখ্যা হয়গৈ মুঠ ৮৩,০২১ গৰাকী । বিপৰীতে মৃত্যু হৈছে ৪,৬৩৪ গৰাকী ।

দক্ষিণ কোৰিয়াত বুধবাৰে ৪৯ জন নতুনকৈ ব্যক্তি কৰ'ণাত আক্ৰান্ত হয় বুলি সদৰী কৰে । তাৰোপৰি দেশখনত পুনৰ বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে ।

স্পেইন মন্ত্ৰণালয় অনুসৰি, ১ জুনৰ পৰা বৰ্তমান পৰ্যন্ত ভাইৰাছত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই । আনহাতে, বিগত ৭ দিনত দেশখনত কৰ'ণাত আক্ৰান্ত হৈ মুঠ ৩৪ জন লোকৰ মৃত্যু হয় বুলি সদৰি কৰে ।

তাৰোপৰি Korea Centers for Disease Control and Preventionৰ ঘোষণা অনুসৰি দেশখনত ইতিমধ্যে COVID-19 ত ১১,৫৯০ গৰাকী আক্ৰন্ত হোৱাৰ উপৰিও মৃত্যু হৈছে ২৭৩ গৰাকীৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.