ETV Bharat / bharat

লক ডাউনৰ সময়ছোৱাত বুক কৰা বিমান সেৱাৰ টিকটৰ টকা ঘূৰাই পাব যাত্ৰীয়ে! - অসামৰিক বিমান পৰিৱহন সঞ্চালকাল

লক ডাউনৰ সময়ছোৱাত বিমান সেৱাৰ বাবে বুক কৰা টিকটৰ টকা তিনি সপ্তাহৰ ভিতৰত ঘূৰাই দিব লাগিব ব্যক্তিগত বিমান প্ৰতিষ্ঠানসমূহে। বৃহস্পতিবাৰে এই কথা সদৰী কৰিলে অসামৰিক বিমান পৰিৱহন সঞ্চালকালয়ে ।

লক ডাউন
লক ডাউনৰ সময়ছোৱাত বুক কৰা বিমান সেৱাৰ টিকটৰ টকা ঘূৰাই পাব যাত্ৰীয়ে!
author img

By

Published : Apr 16, 2020, 9:06 PM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ অসামৰিক বিমান পৰিৱহন সঞ্চালকালয়ে বৃহস্পতিবাৰে নিৰ্দেশ জাৰি কৰে যে,মহামাৰী কৰ'ণা ভাইৰাছৰ সময়ছোৱাত বকু কৰা বিমান সেৱাৰ টিকটসমূৰ টকা যাত্ৰী সকলক ঘূৰাই দিব লাগিব । মুঠ তিনি সপ্তাহৰ ভিতৰত ব্য়ক্তিগত বিমান সেৱা প্ৰতিষ্ঠান সমূহে ঘূৰাই দিব লাগিব টকা ।

লক ডাউন
লক ডাউনৰ সময়ছোৱাত বুক কৰা বিমান সেৱাৰ টিকটৰ টকা ঘূৰাই পাব যাত্ৰীয়ে!

উল্লেখ্য যে, ২৫ মাৰ্চৰ পৰা ১৪ এপ্ৰিলৰ ভিতৰত তথা প্ৰথম লক ডাউনৰ সময়ছোৱাত যদি কোনোৱা যাত্ৰীয়ে আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ টিকট বুক কৰিছে তেন্তে তেনে যাত্ৰী সকলে ঘূৰাই পাব টিকটৰ সম্পূৰ্ণ টকা ।একেদৰে, যি সকল যাত্ৰীয়ে ১৫ এপ্ৰিলৰ পৰা ৩ মে' লৈ যদি কোনো যাত্ৰীয়ে বিমান সেৱাৰ টিকট বুক কৰিছে,সেই সকল বিমান যাত্ৰীয়ে তিনি সপ্তাহৰ ভিতৰত কোনো কৰ নকটাকৈ যাত্ৰীসকলৰ টকা ঘূৰাই পাব বুলি মন্তব্য কৰে অসামৰিক বিমান পৰিৱহনৰ সচিব উষা পাধ্যেয়ে ।

আনহাতে,২৫ মাৰ্চ আৰু ৩ মে'ৰ টিকট বুকিং সন্দৰ্ভত স্থিতি স্পষ্ট কৰে যদিও বৰ্তমান পৰ্যন্ত ২৪ মাৰ্চৰ পূৰ্বে বুকিং কৰা টিকট সন্দৰ্ভত কোনো মন্তব্য সদৰী কৰা নাই অসামৰিক বিমান পৰিৱহন সঞ্চালকালয়ে । উল্লেখ্য যে, ৩ মে' ২০২০ চনৰ নিশা ১১,৫৯ বজালৈ দেশৰ সকলো আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰা হৈছে বুলি জানিবলৈ দিয়ে অসামৰিক বিমান পৰিৱহন সঞ্চালকালয়ে ।

লগতে চাওকঃ টেঙাপানীৰ "জুবিন গাৰ্গ সেতু" ভাঙিলে অৰুণাচল আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.