ETV Bharat / bharat

লিফ্টৰ চেপাত মৃত্যু 8 বছৰীয়া শিশুৰ - পিণ্ডি পুল্লাৰেড্ডী কলনীৰ এগৰাকী 8 বছৰীয়া শিশুৰ লিফ্টৰ চেপাত মৃত্যু

লিফ্টৰ চেপাত মৃত্যুক সাৱটি ল'লে হাইদৰাবাদৰ এল. বি. নগৰ আৰক্ষী থানাৰ অন্তৰ্গত পিণ্ডি পুল্লাৰেড্ডী কলনীৰ এগৰাকী 8 বছৰীয়া শিশুৱে ৷ শুকুৰবাৰে সমনীয়াৰ সৈতে খেলি থকা অৱস্থাতে লিফ্টত উঠিবলৈ গৈ এই কৰুণ ঘটনা সংঘটিত হয় ৷

8 বছৰীয়া শিশু লাচ্যা
author img

By

Published : Oct 19, 2019, 2:24 PM IST

নেশ্বনেল ডেস্ক, 19 অক্টোবৰ : হাইদৰাবাদৰ এগৰাকী 8 বছৰীয়া শিশুৱে লিফ্টত আবদ্ধ হৈ মৃত্যুক সাৱটি লোৱা এক কৰুণ ঘটনা সংঘটিত হৈছে ৷ এল. বি. নগৰ আৰক্ষী থানাৰ অন্তৰ্গত পিণ্ডি পুল্লাৰেড্ডী কলনীত সংঘটিত হয় এই শোকাৱহ ঘটনা ৷ মৃত শিশুগৰাকী পিণ্ডি পুল্লাৰেড্ডী কলনীত বাস কৰা চন্দ্ৰশেখৰ নামৰ লোকজনৰ 8 বছৰীয়া কন্যা লাচ্যা বুলি জানিব পৰা গৈছে ৷ নতুনকৈ নিৰ্মিত এপাৰ্টমেন্টটোত শুকুৰবাৰে সমনীয়াৰ সৈতে খেলি থকা লাচ্যাই লিফ্টত উঠিবলৈ চেষ্টা কৰোতেই এই ঘটনা সংঘটিত হ'ল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷

হাইদৰাবাদত লিফ্টৰ চেপাত এগৰাকী শিশুৰ মৃত্যু

হঠাতে লিফ্টৰ দুৱাৰ বন্ধ হৈ পৰাত লাচ্যা লিফ্টৰ মাজত আবদ্ধ হৈ পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ততাতৈয়াকৈ শিশুগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও বাটতে তেওঁৰ মৃত্যু হয় ৷

Intro:Body:

Girl crushed to death in elevator

An 8-year-old girl was trapped in a lift while playing and crushed to death. The tragedy occurred at Pindi Pullareddy Colony under LB Nagar Police Station limits. According to the locals, Chandrashekar was residing with his wife and children in the colony. His 8-year-old daughter's named Lasya while playing in the courtyard of the newly built apartment on Friday evening with the other children went to the lift. Accidentally the lift doors were closed, and she was trapped in between and seriously injured. Immediately, her parents rushed to hospital, and on the way, Lasya breathed her last.

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.