ETV Bharat / bharat

জালোৰ দুৰ্ঘটনাৰ ভুক্তভোগীলৈ আৰ্থিক সাহাৰ্য ঘোষণা ৰাজস্থান চৰকাৰৰ

author img

By

Published : Jan 17, 2021, 10:59 PM IST

ৰাজস্থানৰ জালোৰত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত নিহত সকলৰ পৰিয়াললৈ 2 লাখ আৰু আহত সকললৈ 50 হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াব ৰাজস্থান চৰকাৰে ৷ দেওবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোতে ঘোষণা কৰে এই কথা ৷

gehlot-govt-announces-compensation-for-jalore-accident-victims
জালোৰ দুৰ্ঘটনাৰ ভুক্তভোগীলৈ আৰ্থিক সাহাৰ্য ঘোষণা ৰাজস্থান চৰকাৰৰ

নিউজ ডেস্ক, 17 জানুৱাৰী : ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোতে জালোৰ দুৰ্ঘটনাত নিহত সকলৰ পৰিয়াল আৰু আহত হোৱা সকললৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷ দেওবাৰে গেহলোতে ঘোষণা কৰে যে, ৰাজ্য চৰকাৰে নিহত সকলৰ পৰিয়াললৈ 2 লাখ আৰু আহত সকললৈ 50 হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে ৷

  • Deeply saddened by the loss of lives in an unfortunate bus accident near Maheshpura, Jalore in which 6 people hv lost lives & several others hv been injured. My heartfelt condolences to bereaved families,may God give them strength to bear this loss.May those injured recover soon.

    — Ashok Gehlot (@ashokgehlot51) January 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, ৰাজস্থানৰ জালোৰত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত 6 গৰাকী লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰা লগতে 30 গৰাকী লোক গুৰুতৰ ভাৱে আহত হৈছিল ৷ জালোৰ জিলাৰ মহেশপুৰাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এডাল বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলতে সংঘটিত হৈছিল দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাগ্ৰস্ত বাছখনে 40 গৰাকী যাত্ৰী কঢ়িয়াই নাকোডাৰ পৰা বেওৱাৰ অভিমুখে আহি আছিল ৷ বৰ্তমান আটাইকেইজন আহত লোকক জধপুৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা চলি আছে ৷

লগতে পঢ়ক: বিজেপিৰ শাসনত চাৰ্জিকেল ষ্ট্ৰাইকে সীমান্ত সুৰক্ষিত কৰিছে : অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.